Sishu Bidyapith High School: Kuwaritol

Sishu Bidyapith High School: Kuwaritol This is an unofficial page of the prestigious educational institution in the Heartland of Kaliabor.

15/12/2024
20/04/2024

শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Sishu Bidyapith Senior Secondary School)
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ বৰ্ষৰ ফলাফল সমূহ:

ডিষ্টিংচন: ০৬ গৰাকী
ষ্টাৰ মাৰ্ক: ২৫ গৰাকী
প্ৰথম বিভাগ: ৩৮ গৰাকী
দ্বিতীয় বিভাগ: ০১ গৰাকী
অনুপস্থিত: ০১ গৰাকী (স্বাস্থ্যজনিত কাৰণ)
প্ৰথম সৰ্বোচ্চ নম্বৰ: ১০০/১০০ (উচ্চ গণিত)
দ্বিতীয় সৰ্বোচ্চ নম্বৰ: ৯৯/১০০ (ইংৰাজী)

ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ চনৰ ফলাফলৰ সাৰাংশ। কিছুসময়ৰ পিছত শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ...
20/04/2024

ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ চনৰ ফলাফলৰ সাৰাংশ।

কিছুসময়ৰ পিছত শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল সমূহ প্ৰকাশ কৰা হʼব।

জীৱনৰ আদি-পাঠ শিকোৱা, শিশুৰ পৰা ছাত্ৰ হিচাপে গঢ় দিয়া আৰু শৈক্ষিক জীৱনৰ বুনিয়াদ গঠন কৰা মৰমৰ বিদ্যালয়খনিলৈ আজি প্ৰতিষ...
15/03/2024

জীৱনৰ আদি-পাঠ শিকোৱা, শিশুৰ পৰা ছাত্ৰ হিচাপে গঢ় দিয়া আৰু শৈক্ষিক জীৱনৰ বুনিয়াদ গঠন কৰা মৰমৰ বিদ্যালয়খনিলৈ আজি প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালোঁ। সদায় জিলিকি থাকক শিশু বিদ্যাপীঠ🎉

17/01/2024

One more ex student of our school Kaustav Pratim Mahanta has successfully cleared the APSC exam. Many congratulations to him.

আমাৰ প্ৰাক্তন ছাত্ৰী বিকশিতা বৰদলৈয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হʼবলৈ সক্ষম হৈছে। তেওঁ অসম আৰক্ষী সেৱাত ২৯ সং...
17/01/2024

আমাৰ প্ৰাক্তন ছাত্ৰী বিকশিতা বৰদলৈয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হʼবলৈ সক্ষম হৈছে। তেওঁ অসম আৰক্ষী সেৱাত ২৯ সংখ্যক স্থান লাভ কৰিছে।

🎉 Exciting News! 🌟 Our outstanding alum, Bikash*ta Bordoloi, has conquered the Assam Civil Service Exam (APSC)  🏆📚 . Joi...
17/01/2024

🎉 Exciting News! 🌟 Our outstanding alum, Bikash*ta Bordoloi, has conquered the Assam Civil Service Exam (APSC) 🏆📚 . Join us in celebrating her remarkable achievement and wishing her continued success in making a positive impact on society.

Exploring the cultural tapestry of Assam! On 11th Nov 2023, our vibrant students from classes 10 and 11 embarked on an e...
14/11/2023

Exploring the cultural tapestry of Assam!

On 11th Nov 2023, our vibrant students from classes 10 and 11 embarked on an enriching excursion to Hajo and Sualkuchi with their teachers. 🚌 Discovering the historic sites, diverse traditions, and weaving wonders that make Assam truly unique.

12/11/2023

অত্যাধিক গৰমৰ প্ৰতি লক্ষ ৰাখি বিদ্যালয়ৰ শ্ৰেণীসমূহৰ সময়-সূচীৰ কিছু সাল-সলনি কৰা হৈছে।
04/06/2023

অত্যাধিক গৰমৰ প্ৰতি লক্ষ ৰাখি বিদ্যালয়ৰ শ্ৰেণীসমূহৰ সময়-সূচীৰ কিছু সাল-সলনি কৰা হৈছে।

27/05/2023

Sishu Bidyapith High School is now Sishu Bidyapith Senior Secondary School.

Sishu Bidyapith is all set to start H.S. course from the current session in Science and Arts stream. Interested candidates may contact the concerned authority for more details and to collect the prospectus.

Admission is going on...


22/05/2023

শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ২০২৩:

সৰ্বমুঠ পৰীক্ষাৰ্থী: ৮৫
উত্তীৰ্ণৰ হাৰ: ১০০%

ডিষ্টিংচন: ৭জন
ষ্টাৰ: ১৫জন
প্ৰথম বিভাগ: ৩৩জন
দ্বিতীয় বিভাগ: ২৯জন
তৃতীয় বিভাগ: ১জন

বিদ্যালয়ৰ ১ম স্থান: অৰ্হণা বৰকটকী (৯৭%, সা. বিজ্ঞান আৰু সমাজ বিজ্ঞানত ১০০/১০০, সৰ্বমুঠ: ৫৮২/৬০০)

সকলোলৈকে অভিনন্দন 💐

Address

Kuwaritol, Near Kuwaritol MPHC, Kaliabor
Nagaon
782137

Website

Alerts

Be the first to know and let us send you an email when Sishu Bidyapith High School: Kuwaritol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category