Shankardev Shishu Niketan, Amolapatty, Nagaon, Assam

Shankardev Shishu Niketan, Amolapatty, Nagaon, Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shankardev Shishu Niketan, Amolapatty, Nagaon, Assam, School, Amolapatty, J. B. Road, Nagaon.

আজি নিকেতনৰ আচাৰ্য আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত প্ৰীতি ক্ৰিকেট মেচৰ আয়োজন কৰা হয়। উক্ত মেচখনত Acharya11 য়ে 10 ৰানত ...
20/11/2025

আজি নিকেতনৰ আচাৰ্য আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত প্ৰীতি ক্ৰিকেট মেচৰ আয়োজন কৰা হয়। উক্ত মেচখনত Acharya11 য়ে 10 ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি 7 অ'ভাৰৰ মেচখনৰ Acharya11 য়ে 3 উইকেটৰ বিনিময়ত 112 ৰান কৰি Student11 ক দিয়া 113 ৰানৰ টাৰ্গেটৰ প্ৰত্যুত্তৰত 102 ৰান কৰিবলৈ সক্ষম হয়।

*ACHARYA XI*

1. Sumit Sarkar ( Captain )
2. Kaustav Koushik Saikia ( VC )
3. Sukhen Mandal
4. Saikat Paul (WK)
5. Deep Saha
6. Dulumoni Hazarika
7. Pabitra Das
8. Pallab Jyoti Mahanta
9. Agastya Kashyap
10. Supratik Roy
11. Diku Hazarika

*STUDENTS XI*
1. Sourav Laskar ( Captain )
2. Bedanta Madhab Borkotoki
3. Ritwarm Preet Bhattacharya
4. Hrishikesh Kr Hazarika (VC)
5. Tonmoy Bora
6. Binit Kundu
7. Sagar Bora
8. Himangshu Sandilya
9. Rajdip Chakraborty (WK)
10. Gourav Das
11. Sujan Sutradhar

অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্র, আমাৰ সৰ্বজনপ্ৰিয় মহান শিল্পী জুবিন গাৰ্গৰ দেহাৱসানে সকলোকে মৰ্মাহত কৰিছে।যিখনতে তেও...
21/09/2025

অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্র, আমাৰ সৰ্বজনপ্ৰিয় মহান শিল্পী জুবিন গাৰ্গৰ দেহাৱসানে সকলোকে মৰ্মাহত কৰিছে।যিখনতে তেওঁ গাইছিল, তাতেই অমলিন ছাপ ৰাখি গৈছিল। হে মহান শিল্পী, তোমাক শতকোটি প্ৰণাম।তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ,
ওঁম শান্তি 🙏🏻🪔

ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক "বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় টাইকৱান্ড' " প্ৰতিযোগিতাত আমাৰ নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্র 'ডিকু...
13/09/2025

ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক "বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় টাইকৱান্ড' " প্ৰতিযোগিতাত আমাৰ নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্র 'ডিকু হাজৰিকা'ই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। নিকেতনৰ তৰফৰ পৰা ডিকুৰ উজ্জ্বল ভবিষ্যত কামনা কৰা হ'ল।

08/09/2025

ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি আমাৰ নিকেতনৰ ছাত্র-ছাত্ৰী সকলে সুধাকণ্ঠৰ এটি সুন্দৰ সমাবেত সংগীত পৰিবেশন কৰে

24/08/2025
আজি ছাত্র ছাত্ৰীৰ দ্বাৰা ৰাখীবন্ধন ৰ পিছত।
09/08/2025

আজি ছাত্র ছাত্ৰীৰ দ্বাৰা ৰাখীবন্ধন ৰ পিছত।

ৰাখীবন্ধন উপলক্ষে জন সম্পৰ্ক অভিযানত আমাৰ নিকেতনৰ ছাত্ৰী য়ে ট্ৰেফিক পুলিচক ৰাখী বান্ধি আশীৰ্বাদ লৈছে।
09/08/2025

ৰাখীবন্ধন উপলক্ষে জন সম্পৰ্ক অভিযানত আমাৰ নিকেতনৰ ছাত্ৰী য়ে ট্ৰেফিক পুলিচক ৰাখী বান্ধি আশীৰ্বাদ লৈছে।

আজি দশম শ্রেণীৰ ছাত্র-ছাত্ৰীক লৈ IIT GUWAHATI দৰ্শন।
16/07/2025

আজি দশম শ্রেণীৰ ছাত্র-ছাত্ৰীক লৈ IIT GUWAHATI দৰ্শন।

যোৱা ৫,৬ জুলাই তাৰিখে গোলাঘাট জিলাৰ  শংকৰদেৱ শিশু নিকেতন বৰপথাৰত  অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ দবা, যোগাসন প্ৰতিযোগিতা...
10/07/2025

যোৱা ৫,৬ জুলাই তাৰিখে গোলাঘাট জিলাৰ শংকৰদেৱ শিশু নিকেতন বৰপথাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ দবা, যোগাসন প্ৰতিযোগিতাত আমাৰ নিকেতনৰ দশম শ্ৰেণীৰ ছাত্রী লতাশ্ৰী ব্ৰহ্মচাৰীয়ে দবা খেলত স্বৰ্ণ পদক আৰু নৱম শ্ৰেণীৰ ছাত্রী স্তুতি নন্দা শইকীয়াই দবা খেলত স্বৰ্ণ পদকৰ লগতে শ্ৰেষ্ঠ পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয় । যোগাসনত দশম শ্ৰেণীৰ ছাত্রী কৃষ্টি কন্যা গোস্বামীয়ে স্বৰ্ণ পদক অধিকাৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। নিকেতনৰ তৰফৰ পৰা এই তিনি গৰাকী ছাত্রীৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰা হ'ল।

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠানৰ কিছু সুন্দৰ মূহুর্ত...
30/06/2025

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠানৰ কিছু সুন্দৰ মূহুর্ত।

যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই হৈছে এক জীৱনৰ শৈলী—দেহ, মন আৰু আত্মাৰ সমন্বয় ঘটোৱা এক গভীৰ সাধনা। নিকেতনত উদযাপন কৰা ...
21/06/2025

যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই হৈছে এক জীৱনৰ শৈলী—দেহ, মন আৰু আত্মাৰ সমন্বয় ঘটোৱা এক গভীৰ সাধনা। নিকেতনত উদযাপন কৰা একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কিছু মুহূর্ত।

Address

Amolapatty, J. B. Road
Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when Shankardev Shishu Niketan, Amolapatty, Nagaon, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category