নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay

  • Home
  • India
  • Nagaon
  • নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay

নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay, School, Natasainik Drama School
Nagaon Zila Mohila Samiti Bhawan
Redcross Chariali, Amolapatty, Nagaon.

নটসৈনিক নাট্য বিদ্যালয়ৰ নামভৰ্ত্তিপঞ্চম চাম :: 5th Batch 2024নটসৈনিক নাট্য বিদ্যালয়, নগাঁৱৰ পঞ্চম চাম (5th batch)ৰ  নামভ...
25/03/2024

নটসৈনিক নাট্য বিদ্যালয়ৰ নামভৰ্ত্তি

পঞ্চম চাম :: 5th Batch 2024

নটসৈনিক নাট্য বিদ্যালয়, নগাঁৱৰ পঞ্চম চাম (5th batch)ৰ নামভৰ্ত্তি অহা ইংৰাজী 21.04.2024 (21এপ্ৰিল, 2024) তাৰিখে ঠিৰাং কৰা হৈছে। পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈকে প্ৰশাসনিক বিষয়া, পৰিচালন সঞ্চালক আদি নাট্য বিদ্যালয়ত উপস্থিত থাকিব।

✔️ এইবেলি পাঠ্যক্ৰম শিশু আৰু চেমনীয়া সকলৰ বাবে । মুঠ পোন্ধৰজন নাট শিকাৰুক নামভৰ্ত্তিৰ সুযোগ দিয়া হ'ব। সেয়ে নিৰ্দিষ্ট তাৰিখত সকলোৱে একেলগে নামভৰ্ত্তি কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

✔️সদ্যহতে জেষ্ঠ (Senior) বিভাগৰ পাঠদান স্থগিত ৰখা হৈছে। কাৰণ যোগাযোগ কৰা প্ৰশিক্ষাৰ্থীৰ সংখ্যা কম । আৰম্ভ কৰিবলৈ হ'লে কমেও পোন্ধৰ জন হ'লেহে সিদ্ধান্ত লোৱা হ'ব । গতিকে জ্যেষ্ঠসকলেও যোগাযোগ ৰাখিব । ফোনযোগে সকলো জানি বুজি লব ।

✔️ ক্লাছ সমূহৰ শুভাৰম্ভ হ'ব 1-5-2024
(1 মে' 2024) তাৰিখে ।

✔️ কনিষ্ঠ (Junior) বিভাগৰ বয়সৰ সীমা - আঠ বছৰৰ পৰা 16 বছৰ বয়সৰ ভিতৰত ।

✔️ সৰ্বমুঠ বৰঙণি বা যোগদান মাছুলৰ ভিতৰতেই নামভৰ্ত্তি, কাৰ্যালয় সম্পৰ্কীয়, পৰীক্ষা, ব্যৱহাৰিক যিকোনো সম্পদৰ ব্যয়, আদি সোমাই থাকিব।

✔️পাঠদান কনিষ্ঠ (শিশু আৰু চেমনীয়া বিভাগ)ৰ ক্লাছ কেৱল দেওবাৰে।

যোগাযোগ নম্বৰ-

9435966227 ( ৰূপজ্যোতি ভূঞা )
9954191917 ( জিতুমণি বৰা )
9706036912 ( দীপক বৰা )

20/05/2023

💐 নাট্য বিদ্যালয়ৰ চতুৰ্থ চাম (4th Batch) প্ৰশিক্ষাৰ্থীৰ নামভৰ্তি মুকলি 💐

সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক :
9435966227 ( ৰূপজ্যোতি ভূঞা )
9954191917 ( জিতুমণি বৰা )
9706036912 ( দীপক বৰা )

💐নটসৈনিক নাট্য বিদ্যালয়ৰ নামভৰ্ত্তি 💐Admission Open :Natasainik Natya BidyalayaNagaon : Assamচতুৰ্থ চাম :: 4th Batch 202...
20/05/2023

💐নটসৈনিক নাট্য বিদ্যালয়ৰ নামভৰ্ত্তি 💐

Admission Open :

Natasainik Natya Bidyalaya
Nagaon : Assam

চতুৰ্থ চাম :: 4th Batch 2023

নটসৈনিক নাট্য বিদ্যালয়, নগাঁৱৰ চতুৰ্থ চাম (4th batch) ৰ নামভৰ্ত্তি অহা ইংৰাজী 04.06.2023 (চাৰি জুন) তাৰিখে হ'ব ।

✔️ এইবেলি প্ৰতি বিভাগত বাৰজনকৈ নাট শিকাৰুক নামভৰ্ত্তিৰ সুযোগ দিয়া হ'ব।

✔️ ক্লাছ সমূহৰ শুভাৰম্ভৰ তাৰিখ 11.06.2023.(এঘাৰ জুন)

✔️ কনিষ্ঠ (Junior) বিভাগৰ বয়সৰ সীমা - আঠ বছৰৰ পৰা 14 বছৰ বয়সলৈ । জ্যেষ্ঠ (Senior) শাখাৰ বয়স ১৫ বছৰৰ পৰা ওপৰৰ বয়সৰ।

✔️পাঠদান প্ৰতি শনি আৰু দেওবাৰে। কনিষ্ঠ (শিশু বিভাগ) ৰ ক্লাছ কেৱল দেওবাৰে।

সবিশেষ জানিবৰ বাবে তলত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক :

9435966227 ( ৰূপজ্যোতি ভূঞা )
9954191917 ( জিতুমণি বৰা )
9706036912 ( দীপক বৰা )

আমাৰ ফেচবুক পেজ :
https://www.facebook.com/natasainik.natya.bidyalay?mibextid=ZbWKwL

নাট মুহুৰত@নটসৈনিক নাট্য বিদ্যালয় - 3rd batch
19/09/2022

নাট মুহুৰত
@নটসৈনিক নাট্য বিদ্যালয় - 3rd batch

নটসৈনিক নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জ্যোতিপ্ৰসাদৰ জন্মজয়ন্তী উদযাপন
17/06/2022

নটসৈনিক নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জ্যোতিপ্ৰসাদৰ জন্মজয়ন্তী উদযাপন

10/01/2022
নটসৈনিক নাট্য বিদ্যালয়ত আজি
28/11/2021

নটসৈনিক নাট্য বিদ্যালয়ত আজি

নটসৈনিক নাট্য বিদ্যালয়ৰ আজি জন্মজয়ন্তী..... ৰূপকোৱঁৰলৈ শ্ৰদ্ধাঞ্জলিৰে শুভাৰম্ভণি অনুষ্ঠানৰ স্মৃতি ৰোমন্থন...
17/06/2021

নটসৈনিক নাট্য বিদ্যালয়ৰ আজি জন্মজয়ন্তী..... ৰূপকোৱঁৰলৈ শ্ৰদ্ধাঞ্জলিৰে শুভাৰম্ভণি অনুষ্ঠানৰ স্মৃতি ৰোমন্থন...

Address

Natasainik Drama School Nagaon Zila Mohila Samiti Bhawan Redcross Chariali, Amolapatty
Nagaon
ASSAM

Telephone

+919954364264

Website

Alerts

Be the first to know and let us send you an email when নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to নটসৈনিক নাট্য বিদ্যালয় - Natasainik Natya Bidyalay:

Shortcuts

Share

Category