08/05/2025
NEET COACHING মানেই Microsoft Excel
One year Target Coaching For HS Droppers.
২০১৬ বৰ্ষতে আত্মপ্ৰকাশ কৰা Excel শিক্ষা প্ৰতিষ্ঠানখনিয়ে বিগত ৮ টা বছৰে ৫০০ ৰো অধিক ছাত্ৰ -ছাত্ৰীক NEET অথবা JEE (Mains) ত Qualify কৰোৱাইছে ।আৰু Excel ত শিক্ষাগ্ৰহণ কৰা দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মেডিকেল বা ইঞ্জিনিয়াৰিঙ কলেজত পঢ়িবলৈ সুযোগ পাইছে ।
আপোনাৰ সন্তানটিও তাৰে মাজৰ এজন হ'ব পাৰে ।
The Unique Features of EXCEL
👆আকাশ" ৰ দৰে ৰাষ্ট্ৰীয় কচিঙ ইনষ্টিটিউটৰ প্ৰাক্তন প্ৰশিকক , কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা অভিজ্ঞ প্ৰশিক্ষক l
👆উন্নমানৰ লেবৰেটৰী
👆AC Classroom
👆Dought Clearness after Class Period
👆Regular practising Examination
👆Luxury Hostel for Boys' & Girls'
Book Your Seat for Advanced Coaching
আমাৰ ঠিকনা:এল. এন. বি .ৰোড,নগৰীয়াপট্টি, হয়বৰগাওঁ,নগাওঁ-২ ॥
Ph no.8638228412