Anundaram Borooah Junior College & Secondary School

Anundaram Borooah Junior College & Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anundaram Borooah Junior College & Secondary School, Education, Nagaon.

09/05/2026

Urgently required a faculty for HINDI , FINANCE and ENGLISH.

Call on 9957031176.

আমাৰ সকলোৰে পৰিচিত নগাঁও চৰকাৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিতৰ বিষয় শিক্ষক তথা আনন্দৰাম বৰুৱা মাধ্যমিক বি...
01/03/2026

আমাৰ সকলোৰে পৰিচিত নগাঁও চৰকাৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিতৰ বিষয় শিক্ষক তথা আনন্দৰাম বৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ওমাকান্ত মেধি (ওমামেধি) ছাৰৰ 27/02/2026 তাৰিখে সন্দিয়া নিদান হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে॥

তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, লগতে পৰিয়ালবৰ্গক ভগবানে এই সময়ত ধৈৰ্য‍্য ধাৰণ কৰাৰ শক্তি দান কৰক॥ তাৰেই পাৰ্থনাৰে । 🙏🙏🙏

আনন্দৰাম বৰুৱা মাধ্যমিক বিদ্যালয় পৰিয়াল ।

ADMISSION OPEN FOR 2026 -27  CLASS  VI - XII.SCIENCE/ ARTS / COMMERCEAssamese and English Medium.Call  - 099570 31176   ...
24/02/2026

ADMISSION OPEN FOR 2026 -27

CLASS VI - XII.

SCIENCE/ ARTS / COMMERCE

Assamese and English Medium.

Call - 099570 31176 / 8638287672

ADMISSION OPEN FOR 2026 -27  CLASS  VI - XII.SCIENCE/ ARTS / COMMERCEAssamese and English Medium.Call  - 099570 31176   ...
24/02/2026

ADMISSION OPEN FOR 2026 -27

CLASS VI - XII.

SCIENCE/ ARTS / COMMERCE

Assamese and English Medium.

Call - 099570 31176 / 8638287672

24/02/2026

Urgently required a receptionist for Anundoram Borooah Secondary School. Call - 9957031176

লাচিত দিৱসৰ উপলক্ষে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকলৰদ্বাৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি অংকন
24/11/2025

লাচিত দিৱসৰ উপলক্ষে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকলৰদ্বাৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি অংকন

অসমৰ সমাজ জীৱনৰ সকলো স্তৰৰ সমল ব্যক্তি, শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী আৰু শৈল্পীক আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল এচাম গুণমুগ্ধ ...
08/09/2025

অসমৰ সমাজ জীৱনৰ সকলো স্তৰৰ সমল ব্যক্তি, শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী আৰু শৈল্পীক আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল এচাম গুণমুগ্ধ শুভানুধ্যায়ীৰ সমন্বয়ত বিগত ২০১৪ বৰ্ষত গঠিত হোৱা "শিল্পী সমাজ অসমে" এই বৰ্ষত দ্বাদশ বৰ্ষ গৰকিলে । সামাজিক, সাংস্কৃতিক, শৈক্ষিক কাৰ্যসূচী ৰূপায়ন কৰি অহা শিল্পী সমাজ অসমে বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ ওপজা দিনটো তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰিছে।

বিশ্ববৰেণ্য শিল্পীগৰাকীৰ শতবৰ্ষৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি ইং ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে, নগাঁও ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচীত শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, শিক্ষক, ছাত্ৰ ছাত্ৰীৰ লগতে কেইবা শতাধিক লোকৰ উপস্থিতিত জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে পৰিৱেশন কৰে সুধাকন্ঠৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" ।

আমাৰ আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে ।

27/06/2025

Urgently required a computer faculty for class 9 and 10.

Contact on - 9957031176

Pre BIHU  Celebrations at  our  Anundaram Borooah Junior College & Secondary School .Nagaon on 12  April , 2025
01/05/2025

Pre BIHU Celebrations at our Anundaram Borooah Junior College & Secondary School .
Nagaon on 12 April , 2025

Crecket match among the students of  H.S. 1  st  year , H.S. 2 nd  year  and H.S.L.C examination appeared  candidates on...
06/04/2025

Crecket match among the students of H.S. 1 st year , H.S. 2 nd year and H.S.L.C examination appeared candidates on 5 th April.

10/03/2025

ADMISSION OPEN FOR CLASS ( VI - XII )
For admission call 9957031176 / 8638287672.

Education

Address

Nagaon

Telephone

9706480855

Website

Alerts

Be the first to know and let us send you an email when Anundaram Borooah Junior College & Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category