Barbhagia Higher Secondary School বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Nagaon
  • Barbhagia Higher Secondary School বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

Barbhagia Higher Secondary School বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barbhagia Higher Secondary School বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, School, Niz Barbhagia, Nagaon.

আজিৰ বিশেষ দিনটোৰ অনুষ্ঠানসমূহ।।ৰাভা দিৱস।।🌼🌼🌼
20/06/2026

আজিৰ বিশেষ দিনটোৰ অনুষ্ঠানসমূহ।।
ৰাভা দিৱস।।
🌼🌼🌼

05/06/2026

বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ভাগ্যশ্ৰী বৰুৱালৈ আন্তৰিক অভিনন্দন জনালোঁ।
Good luck 👍

কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌱🍃🍁🍂বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় 🍃🍁🍂🌱
05/06/2026

কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌱🍃🍁🍂
বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
🍃🍁🍂🌱

বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰী যুত ধৰ্মকান্ত বৰা ছাৰ আৰু শৈক্ষিক তত্বাৱধায়িকা শ্ৰী যুতা জোন্টি বৰা বাইদেউৰ বিদা...
03/02/2026

বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰী যুত ধৰ্মকান্ত বৰা ছাৰ আৰু শৈক্ষিক তত্বাৱধায়িকা শ্ৰী যুতা জোন্টি বৰা বাইদেউৰ বিদায় সভা🍂🍂

আপোনালোক দুয়োগৰাকীৰে বিদ্যালয়ৰ প্ৰতি যি অৱদান আমি সদায়ে মনত ৰাখিম। আপোনালোকৰ সু-স্বাস্থ্য আৰু আগন্তুক অৱসৰী জীৱন সুখৰ হওঁক তাৰেই কামনা কৰিছোঁ।
🌞🍃🌱🍂🌞

আমাৰ হৃদয়ত সদায় জীয়াই থাকিবা তুমি। তোমাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। স্বৰ্গত তুমি হাঁহি থাকিবা আৰু গান গাই থাকি...
23/09/2025

আমাৰ হৃদয়ত সদায় জীয়াই থাকিবা তুমি। তোমাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। স্বৰ্গত তুমি হাঁহি থাকিবা আৰু গান গাই থাকিবা।
🌼🌼🤍🤍🌼🌼

বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সুধাকণ্ঠলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিNagaon District Administration
08/09/2025

বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সুধাকণ্ঠলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

Nagaon District Administration

আজিৰ শিক্ষক দিৱসৰ অনুষ্ঠানভাগ।।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে খুব সুন্দৰকৈ অনুষ্ঠানভাগ অনুষ্ঠিত কৰিলে। আমি আৰ্শীবাদ কৰিছোঁ...
05/09/2025

আজিৰ শিক্ষক দিৱসৰ অনুষ্ঠানভাগ।।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে খুব সুন্দৰকৈ অনুষ্ঠানভাগ অনুষ্ঠিত কৰিলে। আমি আৰ্শীবাদ কৰিছোঁ যাতে তোমালোকে সকলোৱে নিজৰ জীৱনত আগবাঢ়ি যোৱা।।

তদুপৰি এই অনুষ্ঠানতে ১৯৯৫ চনতে এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা কেইজনমান প্ৰাক্তন ছাত্ৰ বিদ্যালয়ত উপস্থিত থাকি সকলো শিক্ষককে সম্বৰ্ধনা জ্ঞাপন কৰে। আপোনলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
🙏🍁🍂🍁🙏

আজিৰ মৌমেল অনুষ্ঠানৰ কিছু দৃশ্য 🍁🍂🍁
30/06/2025

আজিৰ মৌমেল অনুষ্ঠানৰ কিছু দৃশ্য 🍁🍂🍁

আমাৰ বিদ্যালয়ৰ পাঠশালা।।আজিৰ দৈনিক অসম বাতৰি কাকতত।।
18/03/2025

আমাৰ বিদ্যালয়ৰ পাঠশালা।।
আজিৰ দৈনিক অসম বাতৰি কাকতত।।

Cycle distribution meeting.. Nagaon..
28/12/2024

Cycle distribution meeting..
Nagaon..

Address

Niz Barbhagia
Nagaon
782138

Opening Hours

Monday 9am - 3:15pm
Tuesday 9am - 3:15pm
Wednesday 9am - 3:15pm
Thursday 9am - 3:15pm
Friday 9am - 3:15pm
Saturday 9am - 3:15pm

Website

Alerts

Be the first to know and let us send you an email when Barbhagia Higher Secondary School বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category