SreniKutha

SreniKutha Learn with affordable

যোৱা ইংৰাজী 10-01-2025 তাৰিখে ৰূপহী জ্ঞান বিকাশ প্ৰাংগনত শ্ৰেণীকোঠা ৰাজ্যিক পৰ্যায়ৰ মেধা পৰীক্ষাৰ বটা বিতৰণী সভা অনুষ্ঠ...
18/01/2025

যোৱা ইংৰাজী 10-01-2025 তাৰিখে ৰূপহী জ্ঞান বিকাশ প্ৰাংগনত শ্ৰেণীকোঠা ৰাজ্যিক পৰ্যায়ৰ মেধা পৰীক্ষাৰ বটা বিতৰণী সভা অনুষ্ঠিত হয়। বিদ্যালয় টোৰ পৰা অসমৰ ভিতৰত ৮ম স্থান আৰু জিলা পৰ্যায়ত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।
Gyan Bikash Bidyapith

16/11/2024
অসমৰ বিভিন্ন প্ৰান্তত 14-07-2024 তাৰিখে হৈ যোৱা "শ্ৰেণীকোঠা ষ্টেট লেভেল টেলেণ্ট পৰীক্ষাৰ" বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ কিছুম...
16/07/2024

অসমৰ বিভিন্ন প্ৰান্তত 14-07-2024 তাৰিখে হৈ যোৱা "শ্ৰেণীকোঠা ষ্টেট লেভেল টেলেণ্ট পৰীক্ষাৰ" বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ কিছুমান ফটো ।

আগ্ৰহী থকা সকলে আবেদন কৰিব পাৰিবা।
29/05/2024

আগ্ৰহী থকা সকলে আবেদন কৰিব পাৰিবা।

আটাইলৈ প্ৰীতি আৰু সম্ভাষণ জনাই জনাব বিচাৰিছো যে -শ্ৰেণীকোঠাৰ তৰপৰ পৰা এটা কৰ্ছ আৰম্ভ কৰা হৈছে। কৰ্ছটোত থাকিব -1.গুৰুত্বপ...
01/02/2024

আটাইলৈ প্ৰীতি আৰু সম্ভাষণ জনাই জনাব বিচাৰিছো যে -শ্ৰেণীকোঠাৰ তৰপৰ পৰা এটা কৰ্ছ আৰম্ভ কৰা হৈছে।

কৰ্ছটোত থাকিব -

1.গুৰুত্বপূৰ্ণ PDF প্ৰদান কৰা হব।
2.10,000+ GK প্ৰদান কৰা হব।
3.Mock Test ৰ ব্যৱস্থা কৰা হব।
4.সপ্তাহত তিনিদিন Quiz পতা হব।
5.সপ্তাহত এদিন Mock Test ৰ ব্যৱস্থা কৰা হব।
6.আপোনাৰ Doubt সুধিব পাৰিব।
7.মাজে মাজে গুৰুত্বপূৰ্ন টপিকৰ ওপৰত ভিদেও প্ৰদান কৰা হব।
8. আৰু অন্যান্য ব্যৱস্থা সমূহ থাকিব।

এই কৰ্ছটোয়ে আপোনালোকক বহু পৰিমাণে সহায় কৰিব বুলি শ্ৰেণীকোঠাৰ স্বতাধিকাৰী আৰু সন্মানীয় শিক্ষাগুৰুসকল আশাবাদী। তেওঁলোক আটাইয়েই যথেষ্ট অভিজ্ঞ শিক্ষক।
অৱশ্যে এই course টোৰ মূল্য মাত্ৰ 99 টকাত আপোনালোকে লাভ কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।

অৱশ্যে এই টকা খিনি আমাৰ ৱেবচাইট maintain কৰাৰ খৰচৰ কাৰণেহে লোৱা হৈছে।

আপোনালোকে যদি আমাৰ course কিনে তেন্তে আমাক ভোট কৰক আৰু WhatsApp নাইবা Telegram ত message দিয়ক।

আপোনালোকৰ সহায়- সহাৰি পালেহে আমি course টো Launch কৰিব পাৰিম।

আপুনি যদি আমাৰ course কিনাত আগ্ৰহ তেন্তে আমাৰ ৱেবচাইট srenikutha.com ত ক্লিক কৰক অথবা Srenikuthaৰ Owner sirৰ এই নম্বৰত 91278 40119 যোগাযোগ কৰক।

CLASS 10 TEST PAPER DISCUSSION FOR FREE
29/01/2024

CLASS 10 TEST PAPER DISCUSSION FOR FREE

Address

Nagaon

Alerts

Be the first to know and let us send you an email when SreniKutha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SreniKutha:

Shortcuts

Share