Dronacharya Junior College & Secondary School

Dronacharya Junior College & Secondary School

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dronacharya Junior College & Secondary School, College & University, K A Road, Fauzdaripatty, Nagaon.

30/04/2025

**সদ্যঘোষিত দ্ৰোণাচাৰ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০২৫ বৰ্ষৰ কলা শাখাৰ ফলাফল*

*মুঠ অৱতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা =‌ ৪১ জন*
*মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা* = ৪১ জন
*ডিষ্টিংচন* = ৮ জন
*প্ৰথম বিভাগ* = ১৯‌ জন
*দ্বিতীয় বিভাগ* = ১৯ জন
*তৃতীয় বিভাগ* = ৩ জন

*মুঠ লেটাৰৰ সংখ্যা*=
*ভূগোল = ১৮ জন*
*সৰ্বোচ্চ নম্বৰ, ৯৮*
*ৰাজনীতি বিজ্ঞান* = ১০
*অসমীয়া* = ৬ জন
*সমাজতত্ব* = ১০ জন
*শিক্ষা* = ৪ জন
*তৰ্কবিজ্ঞান আৰু দৰ্শন = ২ জন*
*সমূহ শিক্ষাৰ্থীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ* ।

Photos from Dronacharya Junior College & Secondary School's post 14/09/2024

যোৱা ১৩ ছেপ্টেম্বৰ ২০২৪ তাৰিখে নগাওঁ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যোৱা আমাৰ বিদ্যালয়ৰ নৱাগত আদৰণি সভা ও কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ কিছু দৃশ্যাংশ।। এই অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ ড° দিব্যজ্যোতি মহন্তদেৱক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়।।

Photos from Dronacharya Junior College & Secondary School's post 05/09/2024

আমাৰ বিদ্যালয়ত প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষটো ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটি উদযাপন কৰাৰ কিছু দৃশ্যাংশ।।

Photos from Dronacharya Junior College & Secondary School's post 14/08/2024

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুসৰি অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ন দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক বিদ্যালয়ৰ।।
ননৈ হাহিলা বিলৰ সমীপত ৩০ জোপা গছপুলি ৰোপণ কাৰ্যসূচী।।
১ ৰ পৰা ১৫ আগষ্ট ২০২৪

09/05/2024
09/05/2024

সকলো ছাত্ৰ ছাত্ৰীলৈ আমাৰ তৰফৰ পৰা বহুতো শুভেচ্ছা থাকিল।।

20/04/2024

Congratulation to all our dear HSLC students

Total appear- 19

Total passed-19

% of Result -100%

Total Dist--02

Total Star--03

Total 1st div--03

Total 2nd div--08

Total 3rd div--03

Letter marks-------

English- 07

Social Science- 05

Assamese- 05

General science- 05

Hindi- 05

Ad Maths- 01

06/03/2024

নগাওঁৰ বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজৰ সুহৃদয় লোক আৰু শুভাকাংখী সকলৰ পৰামৰ্শ আৰু আশীৰ্বাদ শিৰত লৈ নগাওঁ চহৰৰ মাজমজিয়াত (ফৌজদাৰীপট্টিত) ২০১১ বৰ্ষত দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে এখন মহাবিদ্যালয় স্থাপন কৰা হয়। গুণগত শিক্ষা প্ৰদানৰ লগতে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক, নৈতিক আৰু বৌদ্ধিক দিশত আগবঢ়াই নিয়াটোৱেই আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।। সেই গতিকে ২০২৪-২৫ বৰ্ষৰ বাবেও আমাৰ বিদ্যালয়ত নামভৰ্ত্তিকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।। ইচ্ছুক অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক অধিক জানিবৰ বাবে বিদ্যালয়ৰ কাৰ্য্যালয়ত যোগাযোগ কৰিবলৈ জনোৱা হল।। অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নামভৰ্ত্তিকৰণ প্ৰক্ৰিয়া চলি আছে।।

আমাৰ ঠিকনা
ফৌজদাৰীপট্টি
কলা মন্দিৰৰ কাষত
কে. এ ৰোড
নগাওঁ, অসম
ফোন নম্বৰ - ৯৩৬৫৩৮৮৫৫২
৯১০১০২৫৬৪৫
Mail - [email protected]
Website - www.dronacharyajuniorcollege.com

Photos from Dronacharya Junior College & Secondary School's post 12/02/2024

নগাওঁৰ বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজৰ সুহৃদয় লোক আৰু শুভাকাংখী সকলৰ পৰামৰ্শ আৰু আশীৰ্বাদ শিৰত লৈ নগাওঁ চহৰৰ মাজমজিয়াত (ফৌজদাৰীপট্টিত) ২০১১ বৰ্ষত দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে এখন মহাবিদ্যালয় স্থাপন কৰা হয়। গুণগত শিক্ষা প্ৰদানৰ লগতে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক, নৈতিক আৰু বৌদ্ধিক দিশত আগবঢ়াই নিয়াটোৱেই আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।। সেই গতিকে ২০২৪-২৫ বৰ্ষৰ বাবেও আমাৰ বিদ্যালয়ত নামভৰ্ত্তিকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।। ইচ্ছুক অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক অধিক জানিবৰ বাবে বিদ্যালয়ৰ কাৰ্য্যালয়ত যোগাযোগ কৰিবলৈ জনোৱা হল।।

আমাৰ ঠিকনা
ফৌজদাৰীপট্টি
কলা মন্দিৰৰ কাষত
কে. এ ৰোড
নগাওঁ, অসম
ফোন নম্বৰ - ৯৩৬৫৩৮৮৫৫২
৯১০১০২৫৬৪৫
Mail - [email protected]
Website - www.dronacharyajuniorcollege.com

Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


K A Road, Fauzdaripatty
Nagaon
782001