Kaliabor Girls' Higher Secondary School

Kaliabor Girls' Higher Secondary School Hatbor, Nagaon (Assam), PIN- 782136

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় -
28/04/2026

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় -

14/04/2026
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি আৰম্ভ হৈছে।
14/04/2026

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি আৰম্ভ হৈছে।

19/01/2026

Drill 🧘‍♀️🤸‍♀️
SCHOOL WEEK 2026🏃‍♀️🤾‍♀️🤸🤼‍♀️⛹️‍♀️🚴‍♀️

Upashana Devi, a Class XI student of Kaliabor Girls' HS School, participated in the North East Students' Programme for A...
04/10/2025

Upashana Devi, a Class XI student of Kaliabor Girls' HS School, participated in the North East Students' Programme for Awareness, Reach and Knowledge on Space (NE-SPARKS) organized by the Indian Space Research Organisation (ISRO) at Bengaluru

ফ্ৰেণ্ডশ্বিপ ক্লাৱ : কলিয়াবৰৰ উদ্যোগত  আয়োজিত কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহ -২০২৫ বৰ্ষত কলিয়াবৰ উচ...
02/06/2025

ফ্ৰেণ্ডশ্বিপ ক্লাৱ : কলিয়াবৰৰ উদ্যোগত আয়োজিত কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহ -২০২৫ বৰ্ষত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়🙏

14/04/2025

"ৰমকে জমকে বিহুটি আহিলে
কুলিৰ সোণ অমিয়া মাত,
কিনো অসমীয়াৰ বিহুটি আহিলে
গৰু চালে লগালে মাত।"

ৰঙালী আমাৰ সাতামপুৰুষীয়া বৰভেঁটি।সকলোলৈ হিয়াৰ আপোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলোঁ। এইবাৰ একতাৰ মহামন্ত্ৰেৰে আমি কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় পৰিয়ালটিয়েও প্ৰথম বাৰৰ বাবে প্ৰাক্ ৰঙালী উৎসৱ আয়োজন কৰিলোঁ। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা প্ৰতিগৰাকী বিহুপ্ৰেমীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

|| ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৪ উদযাপন ||আজি সমগ্ৰ দেশতে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হৈছে। যোৱা বছৰৰ আজিৰ দিন...
24/08/2024

|| ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৪ উদযাপন ||

আজি সমগ্ৰ দেশতে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হৈছে। যোৱা বছৰৰ আজিৰ দিনটোতে চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ সুৰক্ষিত অৱতৰণ সম্পূৰ্ণ কৰিছিল। অৱতৰণ স্থানটোক শিৱ শক্তি পইণ্ট নাম দিয়া হৈছিল আৰু ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছিল।

Cleanliness & Plantation drive organised by Eco & Youth club of our school in connection with Amrit Brikshya Andolan 🌱 (...
17/08/2024

Cleanliness & Plantation drive organised by Eco & Youth club of our school in connection with Amrit Brikshya Andolan 🌱 (Dated 10/08/2024)

বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নৱাগত আদৰণি সভা ২০২৩ ৰ কিছু মূহুৰ্ত। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে ক্ৰমে ড° কমল ...
16/09/2023

বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নৱাগত আদৰণি সভা ২০২৩ ৰ কিছু মূহুৰ্ত। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে ক্ৰমে ড° কমল চন্দ্ৰ শইকিয়া, উপাধ্যক্ষ, BKB কলেজ, পুৰণিগুদাম আৰু অঞ্জন ফুকন, বিষয় শিক্ষক, চাৰিদুৱাৰ উ: মা: বিদ্যালয় (শোণিতপুৰ) ৷ ড° কমল চন্দ্ৰ শইকিয়া দেৱৰ সুন্দৰ বক্তব্য আৰু অঞ্জন ফুকন দেৱৰ সুন্দৰ কন্ঠৰে সকলোকে আপ্লুত কৰে।

We are happy to announce that we are opening a link for our ex students so that school can get in touch with everyone. W...
14/09/2022

We are happy to announce that we are opening a link for our ex students so that school can get in touch with everyone. We request all our alumnus to kindly register themselves by filling up the form given in the below link.
Thank you.
Regards
Kaliabor Girls' HSS

আমি ঘোষণা কৰিবলৈ পাই সুখী যে, আমি আমাৰ প্ৰাক্তন ছাত্রীসকলৰ বাবে এটা লিংক খুলিছো যাতে বিদ্যালয়ে সকলোৰে সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ সকলো প্ৰাক্তন ছাত্ৰীক তলৰ লিংকত দিয়া প্ৰপত্ৰখন পূৰণ কৰি নিজকে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছো।
ধন্যবাদ।
কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় : হাটবৰ।

Kaliabor Girls' H.S. School:Hatbor Hatbor:Nagaon:Assam Estd. 1956

Address

Hatbor
Nagaon
782136

Telephone

+91 3672 231 496

Website

Alerts

Be the first to know and let us send you an email when Kaliabor Girls' Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kaliabor Girls' Higher Secondary School:

Shortcuts

Share