সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা.

  • Home
  • India
  • Nagaon
  • সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা.

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা. All Assam Karbi Students Association is the Karbi Students organisation in the state of Assam, India

Mr Johnson Tumung has been elected as GS in Dimoria college on behalf of AAKSA. Congratulations brother.
26/10/2019

Mr Johnson Tumung has been elected as GS in Dimoria college on behalf of AAKSA. Congratulations brother.

12/10/2019

Happy birthday dear Krishna terang(AGS,AAKSA).

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ 13তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ কিছু মুহুৰ্ত|তাৰিখ:26/06/2019স্থান.  :আমগুৰি, কলিয়াবৰ, অসম|
26/06/2019

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ 13তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ কিছু মুহুৰ্ত|
তাৰিখ:26/06/2019
স্থান. :আমগুৰি, কলিয়াবৰ, অসম|

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ 13 তম প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজক আমন্ত্ৰণ জনালো|তাৰিখ:26/06/2019স্থান    :কলিয়াবৰ,নগাও(অসম)/
23/06/2019

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ 13 তম প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজক আমন্ত্ৰণ জনালো|
তাৰিখ:26/06/2019
স্থান :কলিয়াবৰ,নগাও(অসম)/

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন  # # #
15/05/2019

সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন # # #

সকলোধৰণৰ ভূমিৰ বেদখল বন্ধ হওক|
02/04/2019

সকলোধৰণৰ ভূমিৰ বেদখল বন্ধ হওক|

13/03/2019

বিশেষ কাৰণত 17 মাৰ্চৰ গন সমাবেশ স্থগিত ৰখা হেছে|পৰবৰ্তী তাৰিখ সোনকালে ঘোষণা কৰা হব |

প্ৰতিজন ব্যক্তি, প্ৰতিখন গাঁও, প্ৰতিখন জিলাৰ কাৰ্বি ৰাইজৰ উপস্থিতিয়ে ইতিসাহ ৰচিব|আহক আমি সকলোৱে এই আন্দোলনৰ সাক্ষী হও|
05/03/2019

প্ৰতিজন ব্যক্তি, প্ৰতিখন গাঁও, প্ৰতিখন জিলাৰ কাৰ্বি ৰাইজৰ উপস্থিতিয়ে ইতিসাহ ৰচিব|আহক আমি সকলোৱে এই আন্দোলনৰ সাক্ষী হও|

"1st socio political convention " at Dr. B. K. Kakoti auditorium hall kalakhetra.Thank you for your co operation.
04/03/2019

"1st socio political convention " at Dr. B. K. Kakoti auditorium hall kalakhetra.Thank you for your co operation.

কামৰূপ জিলাৰ খিলজ্ঞীয়াৰ মাটি ম্যাদিকৰন আৰু ৰাজহ গাঁও সমুহৰ জৰিপ সম্পূৰ্ণ কৰিবৰ দাবীৰে বৃহত গনসমাবেশ আয়োজনৰ  পৰিকল্পনা সভ...
12/02/2019

কামৰূপ জিলাৰ খিলজ্ঞীয়াৰ মাটি ম্যাদিকৰন আৰু ৰাজহ গাঁও সমুহৰ জৰিপ সম্পূৰ্ণ কৰিবৰ দাবীৰে বৃহত গনসমাবেশ আয়োজনৰ পৰিকল্পনা সভাৰ কিছু মূহুৰ্তত |

05/02/2019
05/02/2019

Address

Semsonsing Ingti Karbi Boys Hostel
Nagaon
782001

Alerts

Be the first to know and let us send you an email when সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category