15/08/2026
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰা জিলা ভিত্তিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাত নৱৰূপ জাতীয় বিদ্যাপীঠ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে বৰ্ণিল বৰা আৰু অৰ্কায়ন হাজৰিকাই দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। আজি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী শ্ৰীযুত পিয়ুষ হাজৰিকাই নগাঁৱৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দুয়োগৰাকী শিক্ষাৰ্থীকে বঁটা প্ৰদান কৰে। শিক্ষাৰ্থী দুগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Rupak Sarmah
Keshab Mahanta কেশৱ মহন্ত
Himanta Biswa Sarma
Munindra Saikia New