05/05/2026
আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত আয়োজন কৰা
২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ "ছাত্ৰ সংসদ"লৈ বিভিন্ন পদত নিৰ্বাচিত হোৱা হোৱা শিক্ষাৰ্থী সকলৰ শপতগ্ৰহণ অনুষ্ঠান আৰু আনুষ্ঠানিকভাৱে বেজ পৰিধান অনুষ্ঠানটো অনুষ্ঠিত হয়।
Keshab Mahanta কেশৱ মহন্ত
Himanta Biswa Sarma
30/04/2026
শিক্ষাৰ্থী সকলে গনতান্ত্ৰিক বিধি- ব্যৱস্থা সমূহ বুজি পোৱা আৰু সামাজিক নেতৃত্বত বহনৰ প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাদান কৰাৰ বাবে নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলে বিগত সময়খিনিত প্ৰয়াস চলাই আহিছে। এই প্ৰয়াসৰ অংশ স্বৰূপে আজি সম্পূৰ্ণ গনতান্ত্ৰিক ব্যৱস্থাৱলীৰ মাজেৰে শিক্ষানুষ্ঠান খনৰ "ছাত্ৰ সংসদ" গঠন কৰা হয়। এই ক্ষেত্ৰত শিক্ষাৰ্থী সকলৰ সহযোগিতা, একাগ্ৰতা, সংযমতা, গনতান্ত্ৰিক ব্যৱস্থাৱলীৰ প্ৰতি দেখুওৱা আগ্ৰহ অতিকে প্ৰশংসনীয়। আজি অনুষ্ঠিত নিৰ্বাচনত বিদ্যালয়ৰ সমূহ বিজয়ী আৰু বিজিত প্ৰাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
28/04/2026
নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ
24/04/2026
অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী যুত কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত বিদ্যালয়ৰ শিক্ষা পৰিয়াল উৎসাহিত হোৱাৰ লগতে কৃতজ্ঞ হৈ ৰ'লো।