Quantum publication

Quantum publication

Share

Quantum publication is born on jun 2015. The idea behind the creation of this publication is to publ

Photos from Quantum publication's post 01/09/2025

উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ বিজ্ঞান আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ সহায়ক হোৱাকৈ কোৱান্টাম প্ৰকাশনে অলপতে প্ৰকাশ কৰিছে EXAM BOOSTER 2026 শীৰ্ষক সহায়িকা পুথি। বিজ্ঞান আৰু কলা শাখাত উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ পৰীক্ষাত ধাৰাবাহিক ভাবে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা কটন বিশ্ববিদ্যালয়; গুৱাহাটী, প্ৰগ্যা একাডেমী যোৰহাট, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুল; নগাওঁ, চল্টব্ৰুক একাডেমী; ডিব্ৰুগড়, কে কে হেন্ডিক চিনিয়ৰ চেকেণ্ডেৰী স্কুল; পাঠশালা, ৰামানুজ-গুপ্তা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; শিলচৰ, আনন্দৰাম বৰুৱা একাডেমী; পাঠশালা, শংকৰদেৱ একাডেমী; নলবাৰী, ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডেৰী স্কুল; গোলাঘাট, ইন্চপায়াৰ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুল; তেজপুৰ, প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; তিতাবৰ, কনচেপ্ত চিনিয়ৰ চেকেণ্ডেৰী স্কুল; নগাওঁ, টি আৰ বি চিনিয়ৰ চেকেণ্ডেৰী স্কুল; শিৱসাগৰ, লক্ষ্মীনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; ঢেকীয়াজুলীৰ দ্বিতীয়বৰ্ষৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহ যুগুত কৰি উলিওৱা হৈছে ।২০২৫-২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ন হব লগা ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰকাশ কৰা EXAM BOOSTER 2026 SCIENCE (নৱম সংস্কৰণ) গ্ৰন্থ খনত টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহৰ উপৰিও ২০২০, ২০২২, ২০২৩, ২০২৪ আৰু ২০২৫ বৰ্ষৰ চুড়ান্ত পৰীক্ষাৰ 8 টা বিষয়- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, আৰু গণিতৰ প্ৰশ্নকাকত সমূহৰ সমাধান লগতে ১০০০ ও অধিক বহুবিকল্পী প্ৰশ্নোত্তৰ(MULTIPLE CHOICE QUESTIONS-MCQs) গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। আনহাতে EXAM BOOSTER ARTS 2025-2026 (তৃতীয় সংস্কৰণ) গ্ৰন্থ খনত ইংৰাজী, অসমীয়া, Alternative ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল, পৰিসংখ্যা, সমাজবিজ্ঞান, নৃতত্ত্ব, যুক্তি আৰু দৰ্শন, কম্পিউটাৰ বিজ্ঞান, স্বদেশ অধ্যায়ন, গণিত, ইতিহাস, মনোবিজ্ঞান কে আদি কৰি ১৭ বিষয়ৰ প্ৰশ্নকাকত সমূহৰ লগতে ১৫০০ ও অধিক বহুবিকল্পী প্ৰশ্নোত্তৰ(MULTIPLE CHOICE QUESTIONS-MCQs) গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান কিতাপৰ দোকান আৰু অনলাইন বজাৰ FLIPKARTত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ গ্ৰন্থদ্বয় উপলব্ধ কৰোৱা হৈছে ।
FLIPKART BUYING LINKS:
EXAM BOOSTER SCIENCE 2026: https://www.flipkart.com/exam-booster-2026-science/p/itmfe7283524d5a2?pid=RBKHEXGJGGKU2PTK
*EXAM BOOSTER ARTS 2025-26: https://www.flipkart.com/exam-booster-arts-2025-2026-combo-sets/p/itm7a0ef86d88d58?pid=RBKHEXHQVRBFZ5QW
EXAM BOOSTER SCIENCE 2025: https://www.flipkart.com/exam.../p/itm114c83112e4b5...
EXAM BOOSTER ARTS 2025: https://www.flipkart.com/exam.../p/itm187e49dcc9a16...
EXAM BOOSTER 2024 SCIENCE(previous edition):
https://dl.flipkart.com/.../exam.../p/itm112692bd4a7c1...
EXAM BOOSTER 2024 ARTS(previous edition):
https://dl.flipkart.com/.../exam.../p/itm876703ab4442c...
,
,
,
,
,
,
,
,
,
,
,
,
,
,

08/12/2024

উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ বিজ্ঞান আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ সহায়ক হোৱাকৈ কোৱান্টাম প্ৰকাশনে অলপতে প্ৰকাশ কৰিছে EXAM BOOSTER 2025 শীৰ্ষক সহায়িকা পুথি। বিজ্ঞান আৰু কলা শাখাত উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ পৰীক্ষাত ধাৰাবাহিক ভাবে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা কটন বিশ্ববিদ্যালয়; গুৱাহাটী, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুল; নগাওঁ, চল্টব্ৰুক একাডেমী; ডিব্ৰুগড়, কে কে হেন্ডিক চিনিয়ৰ চেকেণ্ডেৰী স্কুল; পাঠশালা, ৰামানুজ-গুপ্তা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; শিলচৰ, আনন্দৰাম বৰুৱা একাডেমী; পাঠশালা, শংকৰদেৱ একাডেমী; নলবাৰী, ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডেৰী স্কুল; গোলাঘাট, ইন্চপায়াৰ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুল; তেজপুৰ, প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; তিতাবৰ, কনচেপ্ত চিনিয়ৰ চেকেণ্ডেৰী স্কুল; নগাওঁ, টি আৰ বি চিনিয়ৰ চেকেণ্ডেৰী স্কুল; শিৱসাগৰ, লক্ষ্মীনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডেৰী স্কুল; ঢেকীয়াজুলীৰ দ্বিতীয়বৰ্ষৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহ যুগুত কৰি উলিওৱা হৈছে ।২০২৪-২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ন হব লগা ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰকাশ কৰা EXAM BOOSTER 2024 SCIENCE (অষ্টম সংস্কৰণ) গ্ৰন্থ খনত টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহৰ উপৰিও ২০১৯, ২০২০, ২০২২, ২০২৩ আৰু ২০২৪ চনৰ চুড়ান্ত পৰীক্ষাৰ ৫ টা বিষয়, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু গণিতৰ প্ৰশ্নকাকত সমূহৰ সমাধান গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। আনহাতে EXAM BOOSTER 2025 ARTS (দ্বিতীয় সংস্কৰণ) গ্ৰন্থ খনত ইংৰাজী, অসমীয়া, Alternative ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল, পৰিসংখ্যা, সমাজবিজ্ঞান, নৃতত্ত্ব, যুক্তি আৰু দৰ্শন, কম্পিউটাৰ বিজ্ঞান, স্বদেশ অধ্যায়ন, গণিত, ইতিহাস, মনোবিজ্ঞান কে আদি কৰি ১৭ বিষয়ৰ প্ৰশ্নকাকত সমূহ গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান কিতাপৰ দোকান আৰু অনলাইন বজাৰ FLIPKARTত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ গ্ৰন্থদ্বয় উপলব্ধ কৰোৱা হৈছে ।

Photos from Quantum publication's post 09/09/2024

11/02/2024

To all 12th Final Exam Candidates🪷

Warm up your brain😇 and show the world how exceptionally wonderful🥰 you are. Put your best effort✌🏻 into the exam and God🙏🏻 will surely crown👑 you with success.

Our good wishes are always with you.📝

11/02/2024

To all the Final Exam Candidates🪷

Warm up your brain😇 and show the world how exceptionally wonderful🥰 you are. Put your best effort✌🏻 into the exam and God🙏🏻 will surely crown👑 you with success.

Our good wishes are always with you.📝

09/10/2023

উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ বিজ্ঞান আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ সহায়ক হোৱাকৈ কোৱান্টাম প্ৰকাশনে অলপতে প্ৰকাশ কৰিছে EXAM BOOSTER 2024 শীৰ্ষক এখন সহায়িকা পুথি। বিজ্ঞান আৰু কলা শাখাত উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ পৰীক্ষাত ধাৰাবাহিক ভাবে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা কটন বিশ্ববিদ্যালয়: গুৱাহাটী, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুল: নগাওঁ, চল্টব্ৰুক একাডেমী: ডিব্ৰুগড়, কে কে হেন্ডিক চিনিয়ৰ চেকেণ্ডেৰী স্কুল: পাঠশালা, ৰামানুজ-গুপ্তা চিনিয়ৰ চেকেণ্ডেৰী স্কুল: শিলচৰ, আনন্দৰাম বৰুৱা একাডেমী: পাঠশালা, শংকৰদেৱ একাডেমী: নলবাৰী, ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডেৰী স্কুল: গোলাঘাট, ইন্চপায়াৰ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুল: তেজপুৰ, প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুল: তিতাবৰ, ৰেণেছা চিনিয়ৰ চেকেণ্ডেৰী স্কুল: নগাওঁ, কনচেপ্ত চিনিয়ৰ চেকেণ্ডেৰী স্কুল: নগাওঁ, টি আৰ বি চিনিয়ৰ চেকেণ্ডেৰী স্কুল শিৱসাগৰৰ দ্বিতীয়বৰ্ষৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহ যুগুত কৰি উলিওৱা হৈছে ।২০২৩-২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ন হব লগা ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰকাশ কৰা EXAM BOOSTER 2024 SCIENCE (সপ্তম সংস্কৰণ) গ্ৰন্থ খনত টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত সমূহৰ উপৰিও ২০১৮, ২০১৯, ২০২০, ২০২২ আৰু ২০২৩ চনৰ চুড়ান্ত পৰীক্ষাৰ চাৰিটা বিষয়, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ প্ৰশ্নকাকত সমূহৰ সমাধান গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। আনহাতে EXAM BOOSTER 2024 ARTS (প্ৰথম সংস্কৰণ) গ্ৰন্থ খনত ইংৰাজী, অসমীয়া, Alternative ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল, পৰিসংখ্যা, সমাজবিজ্ঞান, নৃতত্ত্ব, যুক্তি আৰু দৰ্শন, কম্পিউটাৰ বিজ্ঞান, স্বদেশ অধ্যায়ন, গণিত, ইতিহাস, মনোবিজ্ঞান, Fine Artsকে আদি কৰি ১৭ বিষয়ৰ প্ৰশ্নকাকত সমূহ গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান কিতাপৰ দোকান আৰু অনলাইন বজাৰ FLIPKARTত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ গ্ৰন্থদ্বয় উপলব্ধ কৰোৱা হৈছে।

FLIPKART LINKS:

EXAM BOOSTER 2024 SCIENCE LINK:
https://www.flipkart.com/exam-booster-2024-science/p/itm112692bd4a7c1?pid=9788196537609

EXAM BOOSTER 2024 ARTS LINK
https://www.flipkart.com/exam-booster-arts-2024/p/itm876703ab4442c?pid=9788196537616

29/09/2023

EXAM BOOSTER 2024

13/08/2023

COMING SOON.........

12/08/2023

Coming Soon.......

18/12/2021

Exam Booster 2022 📕

Available in market 🏠📚🏠📚

Hurry!!!

Grab your copy!!!

28/09/2020

Coming soon......EXAM BOOSTER 2021

Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address

Quantumpublication. Assam@gmail. Com
Nagaon
782001