Jamunamukh

Jamunamukh Jamunamukh is a small town of Nagaon District. It is one of the historical places of Assam state.

নমস্কাৰ অহা ইং ২০/১১/২০২৫ তাৰিখ বৃহস্পতিবাৰ দুপৰীয়া ১ বজাত অসমৰ সন্মানীয় মুখ‍্যমন্ত্ৰী শ্রীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়...
16/11/2025

নমস্কাৰ
অহা ইং ২০/১১/২০২৫ তাৰিখ বৃহস্পতিবাৰ দুপৰীয়া ১ বজাত অসমৰ সন্মানীয় মুখ‍্যমন্ত্ৰী শ্রীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যমুনামুখলৈ আহিৱ ।
যমুনামুখ ৰেলৱে উৰণীয়া সেতু খনৰ শুভ উদ্ধোধন কৰিৱ লগতে কেইবাটাও আঁচনিৰ শিলান‍্যাস কৰিৱ ॥
গতিকে উক্ত দিনা যথা সময়ত যমুনামুখবাসীৰ লগতে আপোনালোকৰ নিজ নিজ বুথৰ/ গাঁওৰ সকলো ৰাইজৰ উপস্হিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ॥
সভাৰ স্হান …ষ্টেচন ৰোড , যমুনামুখ

নিশাৰীৰ বাঢ়নী পানীত বুৰ গল যমুনামুখ সৰুপথাৰ সংযোগী পথ।
07/07/2025

নিশাৰীৰ বাঢ়নী পানীত বুৰ গল যমুনামুখ সৰুপথাৰ সংযোগী পথ।

যমুনামুখ-সৰুপথাৰ সংযোগী পথ      ゚
02/06/2025

যমুনামুখ-সৰুপথাৰ সংযোগী পথ

ভয়াবহ পৰিস্থিতিত ভকতগাওঁৰ মথাউৰি। মথাউৰিটোৰ প্ৰায় অংশ খহি কপিলীত জাহ গৈছে যিকোনো মূহুৰ্তত মথাউৰি ছিগি ভয়ংকৰ ৰূপ লব পাৰে।...
01/06/2025

ভয়াবহ পৰিস্থিতিত ভকতগাওঁৰ মথাউৰি। মথাউৰিটোৰ প্ৰায় অংশ খহি কপিলীত জাহ গৈছে যিকোনো মূহুৰ্তত মথাউৰি ছিগি ভয়ংকৰ ৰূপ লব পাৰে। সকলোকে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনালো।

01/06/2025

যমুনামুখৰ চাংজুৰাই ৰিজাৰ্ভৰ মথাউৰিৰ ওপৰেৰে হুৰা হুৰে কপিলীৰ পানী প্ৰবেশ কৰি প্লাবিত কৰিছে চাংজুৰাই পটীয়াপামৰ পথাৰ দিনটোৰ ভিতৰতে প্লাবিত হব পাৰে কহাৰগাওঁ, কাঠকীয়া গাওঁ, লক্ষিমি নগৰকে ধৰি অনান্য অঞ্চল।

Jamunamukh
31/03/2025

Jamunamukh

▶️ শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত▶️ মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত দুটা দবা▶️ ভয়ংকৰ দুৰ্ঘটনাত ৫জন যাত...
17/06/2024

▶️ শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত
▶️ মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত দুটা দবা
▶️ ভয়ংকৰ দুৰ্ঘটনাত ৫জন যাত্ৰী নিহত
▶️ আহত বহু যাত্ৰী, উদ্ধাৰ অভিযান অব্যাহত

যমুনামুখৰ প্ৰায়বোৰ গাওঁ এতিয়া বানৰ কবলত।
31/05/2024

যমুনামুখৰ প্ৰায়বোৰ গাওঁ এতিয়া বানৰ কবলত।

30/05/2024

যমুনামুখৰ পটীয়াপামত বানপানী।

দীৰ্ঘ দিনীয়া অপেক্ষাৰ অন্তত যমুনামুখত আজি মুকলি হল ভাৰতীয় ষ্টেট বেংকৰ যমুনামুখ শাখা।
28/02/2024

দীৰ্ঘ দিনীয়া অপেক্ষাৰ অন্তত যমুনামুখত আজি মুকলি হল ভাৰতীয় ষ্টেট বেংকৰ যমুনামুখ শাখা।

🔴ধুবুৰীত উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা বন বিষয়া বিনোদ পায়েং
29/09/2023

🔴ধুবুৰীত উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা বন বিষয়া বিনোদ পায়েং

Address

Jamunamukh
Nagaon
782428

Website

Alerts

Be the first to know and let us send you an email when Jamunamukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share