Juria Girls High School

Juria Girls High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Juria Girls High School, School, Thiotangoni, Nagaon.

জুৰিয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক ক্ৰমে  তোষেশ্বৰ ভূঞা ছাৰ আৰু প্ৰণৱ শইকীয়া ছাৰৰ যোৱা ০৮...
09/05/2026

জুৰিয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক ক্ৰমে তোষেশ্বৰ ভূঞা ছাৰ আৰু প্ৰণৱ শইকীয়া ছাৰৰ যোৱা ০৮/৫/২০২৬ ইং তাৰিখে হৈ যোৱা বিদায় সম্বৰ্ধনা সভাৰ কেইখনমান আলোকচিত্ৰ মুখবহীত স্মৃতি হিচাপে সাঁচি থলো।

আমাৰ বিদ্যালয়ৰ পৰা ২০২৪ বৰ্ষত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৪% নম্বৰ লাভ কৰা অতি মেধাৱী ছাত্ৰী মাছুমা খাতুনে জুৰীয়া ছি...
29/04/2026

আমাৰ বিদ্যালয়ৰ পৰা ২০২৪ বৰ্ষত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৪% নম্বৰ লাভ কৰা অতি মেধাৱী ছাত্ৰী মাছুমা খাতুনে জুৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৯২% নম্বৰ পাই উত্তীৰ্ণ হয়। ভূগোলত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তাইৰ এই সাফল্যৰ বাবে তাইক আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত উষ্ম সম্বৰ্ধনা জনোৱা হয়। আমি তাইৰ উজ্জ্বল ভৱিষ্যত, সফলতা আৰু সুস্বাস্থ্য কামনা কৰিছো।

আজি জুৰিয়া উচ্চ বালিকা বিদ্যালয়ৰ চাৰিসীমা দেৱাল(Boundary wall) ৰ আধাৰশিলা স্থাপন কৰে ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়...
12/03/2026

আজি জুৰিয়া উচ্চ বালিকা বিদ্যালয়ৰ চাৰিসীমা দেৱাল(Boundary wall) ৰ আধাৰশিলা স্থাপন কৰে ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়ক নূৰুল হুদা ডাঙৰীয়াই। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে জুৰিয়া জিলা পৰিষদৰ সদস্য নাজমা চৌধুৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য তথা প্ৰধান শিক্ষয়িত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী বৃন্দ আৰু গন্য মান্য ব্যক্তি সকল।

Golden Jubilee Celebration of Juria Girls' High School.
10/11/2025

Golden Jubilee Celebration of Juria Girls' High School.

Golden Jubilee celebration. Practicing..
03/11/2025

Golden Jubilee celebration. Practicing..

Work is going on...Golden Jubilee celebration of Juria Girls High School .
25/10/2025

Work is going on...
Golden Jubilee celebration of Juria Girls High School .

24/10/2025

জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎযাপন উপলক্ষে লাইখুটা পোতা অনুষ্ঠান।

অহা ৮আৰু ৯ নবেম্বৰত জুৰীয়া উচ্চ বালিকা বিদ্যালয়ৰ সোনালী জয়ন্তী উৎযাপন উপলক্ষে আজি মাংগলিক নিয়ম সম্পন্ন কৰি মঞ্চৰ লাই...
22/10/2025

অহা ৮আৰু ৯ নবেম্বৰত জুৰীয়া উচ্চ বালিকা বিদ্যালয়ৰ সোনালী জয়ন্তী উৎযাপন উপলক্ষে আজি মাংগলিক নিয়ম সম্পন্ন কৰি মঞ্চৰ লাইখুটা পোতা হয় আৰু স্মৃতিগ্ৰন্থৰ বাবে আলোকচিত্ৰ গ্ৰহণ কৰা হয়।

Shiksha Saptah. Day 2FLN Day.
06/08/2024

Shiksha Saptah. Day 2
FLN Day.

Shiksha Shaptah. Day 1.TLM Day
05/08/2024

Shiksha Shaptah. Day 1.
TLM Day

14/10/2023

Welcome to Juria Girls High School official page. Golden Jubilee celebrations. Please join our Facebook official Page.

Address

Thiotangoni
Nagaon

Website

Alerts

Be the first to know and let us send you an email when Juria Girls High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category