ELTA

Directions

ELTA সিদ্ধান্ত আপোনাৰ
দায়িত্ব আমাৰ

ELTA ৰ ছাত্ৰ-ছাত্ৰী সকলে আয়োজন কৰিছে।সকলোৰে উপস্থিতি কামনা কৰিছোঁ।ধন্যবাদইল্টাৰ পৰিয়ালবৰ্গ
03/09/2026

ELTA ৰ ছাত্ৰ-ছাত্ৰী সকলে আয়োজন কৰিছে।
সকলোৰে উপস্থিতি কামনা কৰিছোঁ।
ধন্যবাদ
ইল্টাৰ পৰিয়ালবৰ্গ

🇮🇳 স্বাধীনতা দিৱস উদযাপন | ELTA 🇮🇳প্ৰতি বছৰৰ দৰে এইবাৰো ELTA-ত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গৌৰৱেৰে ৰাষ্ট্ৰীয় প...
15/08/2026

🇮🇳 স্বাধীনতা দিৱস উদযাপন | ELTA 🇮🇳

প্ৰতি বছৰৰ দৰে এইবাৰো ELTA-ত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 🇮🇳

এই পৱিত্ৰ দিনটোত স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে, তেওঁলোকৰ ত্যাগ আৰু আদৰ্শক সন্মান জনাই এখন শক্তিশালী, শিক্ষিত আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰা হয়।

ELTA-ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমগ্ৰ পৰিয়ালৰ উপস্থিতিত উদযাপিত আজিৰ এই অনুষ্ঠানটোৱে দেশপ্ৰেম, ঐক্য আৰু দায়িত্ববোধৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে।

🇮🇳 জয় হিন্দ!
বন্দে মাতৰম!

এয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত।📚 ELTA Coaching Institute – শিক্ষাৰ্থীৰ সফলতাৰ বিশ্বস্ত ঠিকনাপ্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে একে গতি...
24/06/2026

এয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
📚 ELTA Coaching Institute – শিক্ষাৰ্থীৰ সফলতাৰ বিশ্বস্ত ঠিকনা

প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে একে গতিত শিকিব নোৱাৰে। কেতিয়াবা পূৰ্বৰ শ্ৰেণীৰ পাঠ সম্পূৰ্ণৰূপে আয়ত্ত নকৰাকৈ নতুন শ্ৰেণীত উঠি যায়। ফলস্বৰূপে Class IX বা X পালেগৈ বহুতে গণিত, বিজ্ঞান বা ইংৰাজী বিষয়ত সমস্যাৰ সন্মুখীন হয়।

ELTA Coaching Institute-এ এনে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰি আহিছে। ইয়াৰ আগতেও বহুতো ছাত্ৰ-ছাত্ৰীয়ে ELTA-ৰ সহায় লাভ কৰি Board পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে।

📖 বহু ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী Reading ভালদৰে পঢ়িব নোৱাৰে। আমি ধৈৰ্যসহকাৰে তেওঁলোকক Reading, Grammar আৰু Spoken English-ত সহায় কৰোঁ।

➕ বহু শিক্ষাৰ্থীয়ে Class IX বা X পালেও মৌলিক যোগ, বিয়োগ, পূৰণ আৰু হৰণত অসুবিধা পায়। ELTA-ত আমি তেওঁলোকৰ ভিত্তি মজবুত কৰি ধাপে ধাপে আগবঢ়াই নিয়োঁ।

🎯 আমাৰ লক্ষ্য কেৱল পৰীক্ষাত নম্বৰ বৃদ্ধি কৰা নহয়, বৰঞ্চ প্ৰতিজন শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰা।

✅ Mathematics
✅ Science
✅ English Grammar
✅ Spoken English
✅ Political Science
✅ Geography
✅ Social Science
✅ English Literature

🌟 Individual Attention
🌟 Regular Test & Progress Report
🌟 Exam-Oriented Preparation
🌟 Experienced Teachers

🎓 "সিদ্ধান্ত আপোনাৰ, দায়িত্ব আমাৰ"

📍 স্থান: বৰমা বজাৰ, গৰু বজাৰৰ ওচৰত
📞 Call / WhatsApp: 9101605934

👨‍🏫 Run By: EKRAMUL HUSSAIN

Class ix, x & xii Exam
24/06/2026

Class ix, x & xii Exam

সিদ্ধান্ত আপোনাৰ দায়িত্ব আমাৰ
24/06/2026

সিদ্ধান্ত আপোনাৰ
দায়িত্ব আমাৰ

মাত্ৰ এক দিনত পঢ়ি শেষ কৰিবা।
31/05/2026

মাত্ৰ এক দিনত পঢ়ি শেষ কৰিবা।

সিদ্ধান্ত আপোনাৰ দায়িত্ব আমাৰ...
16/05/2026

সিদ্ধান্ত আপোনাৰ
দায়িত্ব আমাৰ...

Topic এটা ভালকৈ মনত ৰাখিবলৈ 📚✨✅ প্ৰথমে Topic টো বুজি পঢ়া❌ কেৱল মুখস্থ নকৰিবা।✅ Important point underline কৰা🖍️ মূল শব্দ...
09/05/2026

Topic এটা ভালকৈ মনত ৰাখিবলৈ 📚✨
✅ প্ৰথমে Topic টো বুজি পঢ়া
❌ কেৱল মুখস্থ নকৰিবা।
✅ Important point underline কৰা
🖍️ মূল শব্দবোৰ mark কৰা।
✅ পঢ়াৰ পিছত নিজে নিজে বুজোৱা
🗣️ যেনে Teacher ৰ দৰে explain কৰা।
✅ ২–৩ বাৰ লিখি Practice কৰা ✍️
লিখিলে বেছি দিন মনত থাকে।
✅ Night ত ৫ মিনিট Revision কৰা 🔄
“আজিৰ পঢ়া আজিয়েই Revision।”
Easy Formula 🌟
Read → Understand → Write → Revise = Long Time Memory 💡

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when ELTA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share