পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়

  • Home
  • India
  • Nagaon
  • পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়

পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় PM SHRI Jajari HS Model School is a recognized, state-managed higher secondary institution

গ্ৰীষ্মকালীন শিৱিৰত সত্ৰীয়া আৰু সৃষ্টিশীল আধুনিক নৃত্যৰ কৰ্মশালা।
04/07/2026

গ্ৰীষ্মকালীন শিৱিৰত সত্ৰীয়া আৰু সৃষ্টিশীল আধুনিক নৃত্যৰ কৰ্মশালা।

03/07/2026
পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত গ্ৰীষ্ম কালীন কৰ্মশালা লগতে দশম মান শ্ৰেণীৰ বাবে আয়োজন কৰা বিশেষ পাঠদ...
01/07/2026

পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত গ্ৰীষ্ম কালীন কৰ্মশালা লগতে দশম মান শ্ৰেণীৰ বাবে আয়োজন কৰা বিশেষ পাঠদান কাৰ্যসূচীৰ কিছু দৃশ্য।

বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত উপাধ্যক্ষা ৰূপা বাইদেউয়ে নিজৰ ব্যস্ত কৰ্মসূচীৰ মাজত আহি আজি বিদ্যালয়ত উপস্থিত হৈ শিক্ষক তথা ছাত্ৰ ছাত্ৰীক উৎসাহ জনোৱাৰ বাবে ধন্যবাদ জনালোঁ।

আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ দুগৰাকী ছাত্ৰী  কাকলি ডেকা আৰু টুম্পা হিৰায়ে নগাঁও ছোৱালী মহাব...
26/06/2026

আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ দুগৰাকী ছাত্ৰী কাকলি ডেকা আৰু টুম্পা হিৰায়ে নগাঁও ছোৱালী মহাবিদ্যালয়ত 25 জুন, 2026 তাৰিখে অনুষ্ঠিত হোৱা District Level Youth Parliament Competition অংশগ্ৰহণ কৰে আৰু কাকলি ডেকায়ে তৃতীয় স্থান লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে ।

কাকলি ডেকালৈ বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ , লগতে উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।💐💐

ছাত্ৰী দুয়োগৰাকীক সহায় সহযোগিতা কৰি আগবঢ়াই লৈ যোৱা বাবে বিদ্যালয়ৰ ভূগোল বিষয় শিক্ষক ভাস্কৰ জ্যোতি নাথলৈও Nath Bhaskar বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏🙏🙏

PM SHRI Jajari HS Model School

Address

JAJARI, Maj Jajari, Khagarijan Educational Block, Nagaon
Nagaon
782142

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 2:30pm

Website

Alerts

Be the first to know and let us send you an email when পি এম শ্ৰী জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category