Majib Macca Vlog

Majib Macca Vlog এই পেইজটোত চৌদিআৰব আল্লাহৰ নিদৰ্শন হজ উমৰাহ সকলো উল্লেখ থাকিব। vlog

14/05/2024

2024 চনৰ পবিত্ৰ মক্কাত হজৰ বাবে আহা হাজীসকল ছালাম। আল্লাহ তাআলা সকলোকে চহি ছালামত আহিবলৈ তৌফিক দিয়ক আমিন।

21/01/2024

চৌদি আৰবৰ টাইপ চহৰৰ চমু বৰ্ণনা।

18/06/2023

আলহামদুলিললাহ মক্কাত আজি অসমৰ হাজীসকলৰ খা খবৰ লোৱাৰ লগতে জনিয়া সমষ্টিৰ বিধায়ক আলহাজ হাফিজ ড. ৰফিকুল ইছলাম ডাঙৰীয়াৰ লগ পাও।হাজীসকলৰ খবৰ লও ।আল্লাহ তাআলা হাজী হজ কবুল কৰক আমিন।

01/06/2023
01/06/2023

মক্কাৰ জীৱ জন্তু বেছা কিনা কৰা এটি বজাৰ ।

31/05/2023

পবিত্ৰ মক্কাৰ.কাবা শ্বৰীফৰ তৌআফৰ ফযিলত চমুকৈ ।

19/05/2023

হাজী সকলক সহজ পদ্ধতিত এহৰাম পৰিধান কৰাৰ লগতে তৌআফ .ছায়ি কৰাৰ সকলো বিযয় চমুকৈ আলোচনা ।

Address

Alitangoni. Po. Jurirpar. Nagaon . Assam. India
Nagaon
782426

Alerts

Be the first to know and let us send you an email when Majib Macca Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Majib Macca Vlog:

Shortcuts

Share