KG Institute of Academics & Applied Studies

KG Institute of Academics & Applied Studies KGl Senior Sec. School is a place for providing quality education as well as multipurposes.

KG Institute of Academic & Applied studies
senior secondary school
ulluoni chariali
p.o bengenaati, kuwaritol
pin.782137
kaliabor ,Nagaon, Assam

The students of our school participated in a chorus singing of “Manuhe Manuhor Babe” on the 14th Death Anniversary of th...
05/11/2025

The students of our school participated in a chorus singing of “Manuhe Manuhor Babe” on the 14th Death Anniversary of the legendary singer, songwriter, filmmaker, and politician Dr. Bhupen Hazarika organised by Kaliabor CDC today.

“মাদক দ্ৰৱ্য সমাজৰ এক ভয়ানক ব্যাধি হিচাপে উদ্ভৱ হৈছে।" এই ব্যাধিয়ে বৰ্তমান সময়ত নৱ প্ৰজন্মৰ মাজত ত্ৰাসৰ পৰিৱেশ সৃষ্টি ক...
04/11/2025

“মাদক দ্ৰৱ্য সমাজৰ এক ভয়ানক ব্যাধি হিচাপে উদ্ভৱ হৈছে।" এই ব্যাধিয়ে বৰ্তমান সময়ত নৱ প্ৰজন্মৰ মাজত ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে। এই সমস্যাৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ মাজত জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে আজি বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাৰ অভিৰোচক ব্যক্তি হিচাপে উপস্থিত থাকে কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় বিতুল চেতিয়া ডাঙৰীয়া। তেখেতৰ উপস্থিতিয়ে আমাৰ ছাত্ৰ- ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়।

25/10/2025

কিছু অংশ ৰেকৰ্ড কৰিলোঁ।

অক্টোবৰ মাহৰ শনিবৰীয়া চ'ৰা।আজিৰ শিতান : তৰ্ক প্ৰতিযোগিতা আৰু মুকলি কুইজ প্ৰতিযোগিতা ।
25/10/2025

অক্টোবৰ মাহৰ শনিবৰীয়া চ'ৰা।
আজিৰ শিতান : তৰ্ক প্ৰতিযোগিতা আৰু মুকলি কুইজ প্ৰতিযোগিতা ।

As part of our educational excursion, we visited Hajo, the Panchatirtha of Assam and also explored Sualkuchi, popularly ...
22/10/2025

As part of our educational excursion, we visited Hajo, the Panchatirtha of Assam and also explored Sualkuchi, popularly known as the Manchester of Assam today.
The trip was both enjoyable and enriching, offering us valuable insights and memorable experiences.

While returning home, we paid a visit to the funeral site of our heartthrob late Zubeen Garg. Words fall short to express our grief . What we all seek is justice for his untimely death.

  #Attended a Webinar on    #
13/10/2025

#
Attended a Webinar on #

08/10/2025

I got over 30 reactions on one of my posts last week! Thanks everyone for your support! 🎉

08/10/2025
১৯ ছেপ্টেম্বৰ ২০২৫ ৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে অতি অভিশপ্ত দিন।অসম বাসীৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী গীতিকাৰ,সুৰকাৰ, ছবি নি...
20/09/2025

১৯ ছেপ্টেম্বৰ ২০২৫ ৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে অতি অভিশপ্ত দিন।অসম বাসীৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী গীতিকাৰ,সুৰকাৰ, ছবি নিৰ্মাতা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ যোৱা কালি ছিংগাপুৰত আকস্মিক মৃত্যুক সাৱটি লয়।তেওঁৰ এই মৃত্যু অসম তথা ভাৰতৰ এক অপূৰণীয় ক্ষতি । শ্ৰদ্ধাৰ গণশিল্পীজনলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে কে.জি.আই ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয় । অসমবাসী ৰাইজৰ মাজত তেওঁ চিৰকাল জিলিকি থাকিব । ভগৱানে তেওঁক সৰগত স্থান দিয়ক। ওম শান্তি:।।

Some glimpses of Freshmen Social 2025 at our KGI Senior Secondary School today.In this regard, we would like to take the...
06/09/2025

Some glimpses of Freshmen Social 2025 at our KGI Senior Secondary School today.
In this regard, we would like to take the opportunity to thank our Chief Guest, Mr. Abhijat Borah, Sir, Executive Magistrate of Kaliabor Co-District, our Designated Speaker, Mrs. Runima Sarmah, Retd. Vice Principal of Kaliabor College, and Dr. Pompi Boruah, Madam, Vice Principal of Kaliabor College, for honouring us with their gracious presence, valuable time, and enlightening speeches. It was indeed a great pleasure to host them at our school as distinguished personalities.

We are also thankful to Mr. Dhrubajyoti Sarmah, writer, for inaugurating our Annual Magazine KGIIAN at our request.We also organised a felicitation programme for our passed out brilliant students for their achievements at Hs Final examination.

Finally, a heartfelt token of love and gratitude to the entire KGI Senior Secondary School family for making the event a success.

আজি কে. জি. আই. চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে ১১টা বছৰ অতিক্ৰম কৰে। বিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ বিদ্যালয়ৰ সকলো সদস্...
14/06/2025

আজি কে. জি. আই. চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে ১১টা বছৰ অতিক্ৰম কৰে। বিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ বিদ্যালয়ৰ সকলো সদস্যলৈ শুভেচ্ছা জনালোঁ। সেই উপলক্ষে বিদ্যালয় প্ৰতিষ্ঠা দিৱস উদযাপন সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মাননীয় অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজৰিকা আৰু হাফলং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দুৰ্লভ চন্দ্ৰ বৰুৱা। দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ সোণসেৰীয়া ভাষণে আমাক আগন্তুক দিনত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ - ছাত্ৰী আৰু শিক্ষয়িত্ৰী জ্ঞানশ্ৰী বৰুৱা ৰ তত্ত্বাবধানত 'শব্দসাঁকো' নামেৰে এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।এই সভাতেই '৫ জুন বিশ্ব পৰিৱেশ দিৱস' উপলক্ষে অনুষ্ঠিত কৰা চিত্ৰাংকন আৰু প'ষ্টাৰ মেকিং প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয়। বিদ্যালয় খনে আগন্তুক দিনত সফলতাৰ শিখৰত উপনীত হ‌ওঁক তাৰেই কামনা কৰিলো। ধন্যবাদ।
জয়তু কে.জি. আই. চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় ।

Address

Nagaon

Alerts

Be the first to know and let us send you an email when KG Institute of Academics & Applied Studies posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to KG Institute of Academics & Applied Studies:

Shortcuts

Share

Category