Sishu Bidyapith Senior secondary school,kuwaritol

Sishu Bidyapith Senior secondary school,kuwaritol MARCHING TO BRILLIANCE

নতুন শিক্ষা বৰ্ষৰ বাবে নাম ভৰ্তিৰ জাননী,,,,,,
16/12/2025

নতুন শিক্ষা বৰ্ষৰ বাবে নাম ভৰ্তিৰ জাননী,,,,,,

27/10/2025

25/10/2025

Shout out to my newest followers! Excited to have you onboard! Nabanita Borah, Binod Talukdar, Bondita Borah

29/08/2025

বিদ্যালয়ৰ গৌৰব। তোমালৈ বহুত শুভকামনা জনালোঁ। তোমাৰ সঙ্গীতৰ এই অবিৰত যাত্ৰা আগন্তুক দিনত অধিক গৌৰৱময় হৈ উঠক। সমগ্ৰ কলিয়াবৰ বাসীৰ বাবে তোমাৰ এই সংগীতৰ যাত্ৰা এক আশাৰ বটৰা হৈ উঠক। ছাত্ৰ জনক আপোনাসবে বহুত মৰম ও শুভেচ্ছা জনাব,,,যাতে আগন্তুক দিনত আপোনালোকৰ এই মৰম আৰু শুভেচ্ছাই তেওঁক আগুৱাই যোৱাত অনুপ্ৰাণিত কৰে। ধন্যবাদ।

30/07/2025

Shout out to my newest followers! Excited to have you onboard! Dipika Bora, Khagen Barman, Guljar Hussain, Montu Bora, Prasanta Biswas, Mayur Kashyap Saikia, Sikha Tamuli, Himadri Das, Bipul Bipul G., Nilamoni Buragohain, Deepali Konwar

01/07/2025

দৈনিক অসম,,, কাকতৰ "পাঠশালা"শিতানত এইবাৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।

31/05/2025
ফ্ৰেণ্ডশ্বিপ ক্লাব, কলিয়াবৰৰ উদ্যোগত কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহত অংশগ্ৰহণ কৰা ২৪খন বিদ্যালয়ৰ ভিত...
31/05/2025

ফ্ৰেণ্ডশ্বিপ ক্লাব, কলিয়াবৰৰ উদ্যোগত কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহত অংশগ্ৰহণ কৰা ২৪খন বিদ্যালয়ৰ ভিতৰত শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে, কলিয়াবৰৰ মহকুমাৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটাৰ লগতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ বিদ্যালয়ৰ বঁটা,লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন শিতানত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখলেৰে বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিছে,,,,, সমুহ অংশগ্ৰহণকাৰী ছাত্ৰ -ছাত্ৰীৰ লগতে তত্বাৱধায়ক শিক্ষক-শিক্ষয়িত্ৰী সকললৈ অভিনন্দন জনালোঁ।

30/04/2025

Address

Kuwaritol, Bargain(Assam)
Nagaon

Website

Alerts

Be the first to know and let us send you an email when Sishu Bidyapith Senior secondary school,kuwaritol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category