01/06/2025
আপোনালোকক জনাৱ পাই সুখী হৈছোঁ যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে PGM COMPUTER INSTITUTE ক 3 তা বর্ষ সম্পূৰ্ণ কৰাত সহায় কৰিলে । আগলেও আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে PGM Computer Institute ক আৰু আগুৱাই নিয়াত সহায় কৰে যে .....
ধন্যবাদেৰে........
13/01/2025
PGM Computer Institute তৰফৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্য লৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ......
01/01/2025
PGM Computer Institute ৰ তৰফৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্য লৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ.....
01/06/2024
ইয়াৰ দ্বাৰা সকলোকে জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ মৰম আৰ্শীবাদে PGM Computer Institute তে 2য় বৰ্ষ অতিক্ৰম কৰিলে।
15/01/2024
PGM Computer Institute ৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা শুভকামনা জনালো।
01/01/2024
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে PGM Computer Instituteৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো....
21/10/2023
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো লৈ PGM Computer Institute ৰ তৰফৰ পৰা শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা থাকিল....
06/09/2023
's Day celebration 2023.... At our PGM Computer Institute,Puranigidam