11/05/2026
আমি সকলোৱে ভৱিষ্যতৰ বাবে টকা সাঁচো। ধৰক আপুনি 20 বছৰ মানৰ বাবে অলপ টকা সাঁচিব বিছাৰিছে। টকাখিনি বাৰু কিহত ৰাখিবলৈ পচন্দ কৰিব?
1) bank savings account
2) bank fixed deposit
3) NSC
4) Gold
5) mutual fund
6) ঘৰৰ আলমাৰিত
7) অন্য কিহবাত
এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে নিজস্ব পচন্দ থাকে। আপোনাৰ কোনটো পচন্দ তলৰ কমেন্টত জনাবচোন। আন এদিন ইহতৰ advantage / Disadvantage বিলাকৰ বিষয়ে আলোচনা কৰিম।
বি,দ্ৰ, এই পষ্টটো আপোনালোকৰ আন আন গ্ৰুপতো share কৰি দিবচোন। যিমান বেছি সংখ্যক মানুহে এই বিষয়ে জানিব পাৰে সিমানেই ভাল হ'ব।