Doomdoomia Balisatra HS School

Doomdoomia Balisatra HS School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Doomdoomia Balisatra HS School, School, Balisatra, Nagaon.

আজি আমাৰ বিদ্যালয়ৰ পৰা এজন সুদক্ষ, কৰ্মপটু আৰু নিৰ্বিক সাহসী  চাৰ এজন Transfer লৈ বিদায় ললে৷ তেখেতৰ লগত কাম কৰা সকলো সহক...
08/11/2025

আজি আমাৰ বিদ্যালয়ৰ পৰা এজন সুদক্ষ, কৰ্মপটু আৰু নিৰ্বিক সাহসী চাৰ এজন Transfer লৈ বিদায় ললে৷ তেখেতৰ লগত কাম কৰা সকলো সহকৰ্মীয়ে আজি কান্দি কান্দি তেখেতক বিদায় দিলে লগতে বিদ্যালয়ৰ সকলো ছাত্ৰছাত্ৰীয়ে কান্দি কান্দি আৰ্শীবাদ লৈ আমাৰ বিদ্যালয়ৰ পৰা বিদায় দিলে৷ বৰ দূখ বিদাৰক যদিও তেখতৰ সুমংগল কামনা কৰিছো৷ তেখেত হল সদায় কাষত পোৱা ব্যক্তি আব্দুল বাৰি খন্দকাৰ Asstt. Teacher , DBHSS.

30/04/2025

Result of HS Final Exam 2025
Total Apeared 78
Total Pass 78
1st divi. 17 (২ with star marks)
2nd divi. 59
3rd divi. 02
100% Result

Mukhya Montir Nijut Moina Asoni DBHSS at Dhing College
06/10/2024

Mukhya Montir Nijut Moina Asoni DBHSS at Dhing College

Happy Teacher's Day
05/09/2024

Happy Teacher's Day

বৃহত্তৰ ডুমডুমীয়া অঞ্চলৰ এক পৰিচিত নাম শ্ৰী শিৱ প্ৰসাদ গোস্বামী৷ নামেই যি জনৰ পৰিচয়৷ সূদীৰ্ঘ ২৯ বছৰকাল ডুমডুমীয়া বালিসত্...
30/03/2024

বৃহত্তৰ ডুমডুমীয়া অঞ্চলৰ এক পৰিচিত নাম শ্ৰী শিৱ প্ৰসাদ গোস্বামী৷ নামেই যি জনৰ পৰিচয়৷ সূদীৰ্ঘ ২৯ বছৰকাল ডুমডুমীয়া বালিসত্ৰ উ মা বিদ্যালয়ত শিক্ষা সেৱা আগবঢ়াই ৩১ মাৰ্চ ২০২৪ তাৰিখে চৰকাৰী নিয়মাফিক অৱসৰ গ্ৰহন কৰে৷অঞ্চলটোৰ যিকোনো অনুষ্ঠানত- খেল ধেমালি পৰিচালনাত সদায় সক্ৰিয় বাবে সহযোগ কৰিছিল চাৰে ৷ চাৰৰ অৱসৰী সময়চোৱা বৰ সূখময় হওক, সুস্বাস্থ্যৰ গৰাকী হৈ থাকক তাৰে কামনা কৰো৷

নতুন বছৰত আমাৰ বিদ্যালয়ৰ নতুন অধ্যক্ষ   শ্ৰীযুত পৰাগ দেৱ নাথ চাৰ
01/01/2024

নতুন বছৰত আমাৰ বিদ্যালয়ৰ নতুন অধ্যক্ষ শ্ৰীযুত পৰাগ দেৱ নাথ চাৰ

আজি বিদ্যালয়ত শিক্ষক দিৱস উদযাপনৰ কিছু মূহূৰ্ত ৷
05/09/2023

আজি বিদ্যালয়ত শিক্ষক দিৱস উদযাপনৰ কিছু মূহূৰ্ত ৷

05/09/2023

পবিত্ৰ শিক্ষক দিৱসৰ দিনা সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুক সোঁৱৰিছো আৰু শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ৷

শ্ৰদ্ধাৰ ইদ্ৰিছুৰ ৰহমান(Accademic Incharge) চাৰে আজি 31/8/23 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ বহু গুণৰ অধিকাৰী ব্য...
31/08/2023

শ্ৰদ্ধাৰ ইদ্ৰিছুৰ ৰহমান(Accademic Incharge) চাৰে আজি 31/8/23 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ বহু গুণৰ অধিকাৰী ব্যক্তিজনে বিদ্যালয়খনৰ স্বাৰ্থত বহু ত্যাগ ও কষ্ট কৰাটো সৰ্বজনবিদিত৷ তেখেতৰ অৱসৰী জীৱনটো অধিক সুখময় হওক তাৰে দোৱা কৰো নেদেখাজনৰ ওচৰত৷ চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো ৷

Address

Balisatra
Nagaon
782122

Website

Alerts

Be the first to know and let us send you an email when Doomdoomia Balisatra HS School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category