আজিৰ প্ৰাত:সভাৰ দৃশ্য।
✍️
Markaz Academy Doomdoomia
Welcome to Markaz Academy Doomdoomia,Senior secondary school. We provide quality education for our students.
Congratulations to all🥰
✍️
💁♂️💁♂️💁♂️বিজ্ঞাপন (Advertisement)👈👈👈
"মাৰ্কাজ একাডেমী ডুমডুমীয়া,ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত" ৩জন প্ৰাথমিক স্তৰত (LP Section) প্ৰত্যেকটো বিষয়ৰ ওপৰত পাঠদান দিয়াৰ দক্ষতা থকা শিক্ষকৰ প্ৰয়োজন হৈছে।
স্থানঃ বলিকটিয়া(Near Doomdoomia new market) নগাওঁ (অসম)
যোগ্যতা>> স্নাতক ডিগ্ৰী ধাৰীৰ সৈতে দুবছৰীয়া ডিপ্লমা (D.EI.Ed) থাকিব লাগিব। (যদি কোনোবা শিক্ষা অনুষ্ঠানত কমেও দুবছৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকে তেন্তে তেওঁক বিশেষ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব।)
সময় & স্থানঃ সাক্ষাৎ কৰাৰ সময় অহা ০৯/০৫/২৬ তাৰিখ শনিবাৰ পোৱা ১০ বজাত বিদ্যালয়ৰ কাৰ্য্যলয়ত।
যোগাযোগ:
9101175332
ধন্যবাদেৰে
মা: এ: ডু: ছিঃছেঃস্কুল
✍️
✍️
02/05/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ল তথা এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা #জান্নাতুল_নেহাৰ লৈ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ধন্যবাদ।
✍️
01/05/2026
✍️
29/04/2026
যোৱাকালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সৈতে কিছু মুহূৰ্ত।
✍️
আজিৰ ফলাফলত আমাৰ বিদ্যালয়লৈ ৭১% নম্বৰেৰে এটা বিষয়ত লেটাৰ মাৰ্কৰ সৈতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বিশেষ ভাৱে সক্ষম ছাত্ৰ (জুনাইদুল ইছলাম)গৰাকীৰ যোৱা Pre-Final পৰীক্ষাত অংশগ্ৰহন কৰাৰ মুহূৰ্ত ✍️ বিশেষ ভাৱে সক্ষম হোৱাৰ বাবে ছাত্ৰ গৰাকীয়ে বেঞ্চত বহাৰ পৰিৱৰ্তে মজিয়াত বস্তা পাৰি পৰীক্ষা দিয়ে।✍️
Click here to claim your Sponsored Listing.
Location
Contact the school
Website
Address
Balikatia
Nagaon
782122