Dr.APJ Abdul Kalam Memorial Academy

Dr.APJ Abdul Kalam Memorial Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr.APJ Abdul Kalam Memorial Academy, Education, Uttar khatowal, Nagaon.

Permanently closed.
ভাৰতৰত্ন, মিছাইলমেন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম চাহাবৰ আজি মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱ...
27/07/2021

ভাৰতৰত্ন, মিছাইলমেন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম চাহাবৰ আজি মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।।।

20/07/2021

সকলোলৈ পৱিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা থাকিল।।ঈদ মোবাৰক।।

24/01/2021
29/11/2020

Inspirational , Every one should watch it.....

।।বিশ্ব_ছাত্ৰ_দিৱস_ _উদযাপন।।     যোৱা 15 অক্টোবৰ তাৰিখে ড' এ পি জে আব্দুল কালাম চাহাবৰ জন্মদিন উপলক্ষে ড' এ পি জে আব্দু...
17/10/2020

।।বিশ্ব_ছাত্ৰ_দিৱস_ _উদযাপন।।

যোৱা 15 অক্টোবৰ তাৰিখে ড' এ পি জে আব্দুল কালাম চাহাবৰ জন্মদিন উপলক্ষে ড' এ পি জে আব্দুল কালাম মেমৰীয়েল একাডেমিত বিশ্ব ছাত্ৰ দিৱস উদযাপন কৰা হয়।ইয়াৰ লগত সংগতি ৰাখি খাটোৱাল হাই মাদ্ৰাছা, হাতী পুখুৰী হাই মাদ্ৰাছা, নৱৰশ্মি জাতীয় বিদ্যালয়, তাৰাবাৰী জাতীয় বিদ্যালয়, জ্ঞান কমল জাতীয় বিদ্যালয়, উত্তৰ খাটোৱাল জাতীয় বিদ্যালয় আৰু ড ' এ পি জে আব্দুল কালাম মেমৰীয়েল একাডেমিৰ ছাত্র ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।প্ৰতিযোগিতাৰ অন্তত বিয়লি পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত কৰা হয়।।

সকলোলৈ ৭৪ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো I 🇮🇳৭৪তম স্বাধীনতা দিৱস উপলক্ষে খাটোৱাল হাই মাদ্...
15/08/2020

সকলোলৈ ৭৪ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো I 🇮🇳
৭৪তম স্বাধীনতা দিৱস উপলক্ষে খাটোৱাল হাই মাদ্ৰাছা আৰু ড: এপিজে আব্দুল কালাম মেমৰিয়েল একাডেমিত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কেইখনমান স্থিৰ চিত্ৰ।

Address

Uttar Khatowal
Nagaon

Telephone

+917002663937

Website

Alerts

Be the first to know and let us send you an email when Dr.APJ Abdul Kalam Memorial Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dr.APJ Abdul Kalam Memorial Academy:

Shortcuts

Share

Category