03/02/2024
১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰী, ২০২৪ লৈ বিদ্যালয়ৰ বাৰ্ষিক খেল সমাৰোহ বন্ধু বিদ্যালয় পশ্চিম দগাঁও বালিকা মোক্তাব বিদ্যালয়ৰ লগত মিলি যৌথ ভাবে বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়।