Tubukijarani L.P School

Tubukijarani L.P School Tubukijarani Lp School
villege - Tubukijarani
po - dakhin beloguri
ps - rupahi hat
dist - nagaon assam
pin 782120

14/01/2026

টুবুকীজাৰণী প্ৰাথমিক বিদ‍্যালয়ৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া-অপ্ৰীতিৰ ভাৱ নাশ কৰি ভ্ৰাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰক আৰু এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।🍂

Educational Tour 2026 Tubuki Jarani LPS to Silghat and Hatimura ♥️♥️
12/01/2026

Educational Tour 2026 Tubuki Jarani LPS to Silghat and Hatimura ♥️♥️

বিদ্যালয় সপ্তাহ ২০২২, টুবুকীজাৰণী এল পি স্কুল।
13/12/2022

বিদ্যালয় সপ্তাহ ২০২২, টুবুকীজাৰণী এল পি স্কুল।

টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী নৰেশ চন্দ্ৰ চ...
30/03/2022

টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী নৰেশ চন্দ্ৰ চৰকাৰ ডাঙৰীয়াৰ বিদায়ী সভাত সন্মানীয় শিক্ষাগুৰু আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে উঠা কেইটামান আলোকচিত্ৰ স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ ৷

টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলোলৈ গণৰাজ্য দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।( ফটোত - প্ৰধান...
26/01/2022

টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলোলৈ গণৰাজ্য দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

( ফটোত - প্ৰধান শিক্ষক জীতেন্দ্ৰ ৰায় ছাৰ , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰুহীদাস মণ্ডল ডাঙৰীয়া আৰু মমতা বাইদেউ ৷

23/02/2021
23/02/2021
ব্যায়াম শিক্ষা তথা শৰীৰ চৰ্চা অনুশীলনৰ সময়ত টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷
24/01/2021

ব্যায়াম শিক্ষা তথা শৰীৰ চৰ্চা অনুশীলনৰ সময়ত টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷

আজি ইং ২৮/১০/২০২০ তাৰিখে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী নতুনকৈ টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি ...
28/10/2020

আজি ইং ২৮/১০/২০২০ তাৰিখে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী নতুনকৈ টুবুকীজাৰনী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰা হয় ৷

Address

Tubukijarani L. P. SchoolNagaon District, P. O. Dakshin Beleguri, Tubukijarani
Nagaon
782120

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Alerts

Be the first to know and let us send you an email when Tubukijarani L.P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Tubukijarani L.P School:

Shortcuts

Share

Category