Let's learn English

Let's learn English Every like, comment, share & follow matters a lot. If possible do like, share, comment and follow

01/09/2024

Create সৃষ্টি কৰা
Creative সৃষ্টিশীল
Creator সৃষ্টি কৰ্তা

আপোনাৰ এটা Like & share য়ে আমাৰ পেজ‌টো আগুৱাই নিয়াত সহায় কৰে।

31/08/2024

Truth always prevails
সত্যৰ সদায় জয়।

12/11/2023

মই তোমাক ভাল কৈ চিনি পাও।
I know you very well.

Siblings : ভাই ভনী
09/11/2023

Siblings : ভাই ভনী

08/11/2023

Cats and dogs: ধাৰাসাৰে
Black and white: কাগজে কলমে

07/11/2023

Public : ৰাইজ
Publicise : ৰাজহুৱা কৰা

05/11/2023

তুমি মোৰ বন্ধু নহয় নেকি?
Are you not my friend?
ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ।
India is an independent nation.
মই তেওঁক চিনি নাপাও।
I don't know him.
তেওঁ ক'ত থাকে?
Where does he live?

04/11/2023

Audience: শ্ৰোতা
Spectator: দৰ্শক

03/11/2023

নগাঁও পাওঁতে মোৰ এক ঘন্টা সময় লাগিব।
I shall need 1 hour to reach Nagaon.
বজাৰত পিয়াজৰ দাম বাঢ়ি গৈছে।
The price of onion has risen in the market.
আমাৰ ঘৰ খন ইটাৰে তৈয়াৰী।
Our house is made of bricks.
তুমি ৰাজনীতি ভাল পোৱা নে?
Do you like politics?
মই এতিয়া যাব পাৰো নে?
May I go now?

02/11/2023

তেওঁ ক চাহ একাপ দিয়া।
Give him a cup of tea.
আজি তুমি আহিবা নে?
Will you come today?
যি কি নহওঁক ছোৱালী জনী ভদ্ৰ।
Anyway the girl is gentle.
এইখন দোকানত Pan card ৰ আবেদন কৰা হয়।
Pan card is applied in this stall.
সম্ভৱ হলে লগ কৰিবা মোক।
If possible meet me.

01/11/2023

তুমি তেওঁক চিনি পোৱা নে?
Do you know him?
তেওঁ মোৰ সহপাঠী।
He is my classmate.
তেওঁৰ নাম ৰাজু।
His name is Raju.
বৃত্তিত তেওঁ এজন অভিযন্তা।
By profession he is an engineer.

31/10/2023

এই খন মোৰ গাঁও।
This is my village.
আমাৰ গাওঁ খনৰ নাম মৈৰাবাৰী।
Our village's name is Moirabari.
গাওঁ খন মৰিগাঁও জিলাত অৱস্থিত।
The village is located in Morigaon district.
মই মোৰ গাওঁ খন বহুত ভাল পাওঁ
I love my village very much.

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Let's learn English posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share