Faraji Computer Training Centre

Faraji Computer Training Centre

Share

Computer Training Centre under National Youth Computer Literacy Mission,
An ISO certified- 9001:2015

14/02/2025

।।নাম ভৰ্তি চলি আছে।।
আপোনাৰ অথবা আপোনাৰ নিজৰ পৰিয়ালৰ সদস্যক কম্পিউটাৰ প্ৰশিক্ষণৰ বাবে যোগাযোগ কৰক।

Photos from Assam Global Development Society's post 05/09/2024

Today, Teachers' Day is celebrated at my training centre. Thanks a lot to all my computer trainees for the great treat as Teacher

09/03/2024

পবিত্র ৰমজান মাহৰ সময়সূচী আপোনালোকলৈ আগবঢ়োৱা হল। এই সময়সূচী ইন্টাৰনেটৰ পৰা সংগ্রহ কৰি তৈয়াৰ কৰা হৈছে।

আমি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত। ইয়াত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ বৃত্তিমূলক পাঠ্যক্রমৰ প্ৰশিক্ষণ দিয়া হয়।

Run by Ansarul Hoque

17/02/2024

প্ৰিয় বন্ধুসকল,
HSLC/HS 2024 ত অৱতীৰ্ণ হোৱা সকলো শিক্ষার্থীক বিনামূলীয়া ইংৰাজী শিকি ভাৰত চৰকাৰৰ স্বীকৃত মানপত্র পোৱাৰ সুযোগত সহযোগিতা আগবঢ়াই এই পত্র শিক্ষার্থীক অথবা অভিভাৱক সকলক বিতৰণ কৰি দিয়ে যেন।

Run by Ansarul Hoque

06/12/2023

Students can download their admit card, marksheet, certificate etc from our website (Student Panel) www.nyclmindia.in

06/12/2023

The first batch of students of my center has been passed out and the results are announced as format.

Photos from Assam Global Development Society's post 29/10/2023

কালিয়াডিঙ্গাৰ দৰে এটা পিছপৰা অঞ্চলত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র স্থাপন কৰাৰ পিছত সমাজৰ সচেতন ব্যক্তি তথা ছাত্র ছাত্রীৰ সৈতে বৰ্তমান কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব সম্পর্কে এখনি সভা অনুষ্ঠিত কৰি আলোচনা কৰা হয়।

22/10/2023
Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Address


Near Kaliadinga Post Office, Juria
Nagaon
782124