ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, Senior Secondary School

  • Home
  • India
  • Nagaon
  • ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, Senior Secondary School

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, Senior Secondary School Jatiya Vidyalaya School

Guardian Meeting of Class X at 8 pm onwards on 19/06/2026
19/06/2026

Guardian Meeting of Class X at 8 pm onwards on 19/06/2026

আজি দশম শ্ৰেণীৰ অভিভাৱক সভাৰ কিছু দৃশ্য ।।। fans
19/06/2026

আজি দশম শ্ৰেণীৰ অভিভাৱক সভাৰ কিছু দৃশ্য ।।।
fans

19/06/2026
18/06/2026

Chocolate Distribution by the Principal

Recipient of Chocolate as all of the students secured Full marks in the 1st Unit Test Exam 2026-27

পুৰস্কাৰৰ বিতৰণ  ২০২৬-২৭ বৰ্ষৰ প্ৰথম ইউনিট টেষ্টত ইংৰাজী বিষয়ত সম্পূৰ্ণ নম্বৰ লাভ কৰাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীলৈ চকলেট উ...
18/06/2026

পুৰস্কাৰৰ বিতৰণ
২০২৬-২৭ বৰ্ষৰ প্ৰথম ইউনিট টেষ্টত ইংৰাজী বিষয়ত সম্পূৰ্ণ নম্বৰ লাভ কৰাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীলৈ চকলেট উপহাৰ হিচাপে দিয়া হয় ।

সকলোলৈ অভিনন্দন !

Congratulations ! Heartiest congratulations to all 4 students who secured more than 80 marks in the 2nd Unit Test of Eng...
17/06/2026

Congratulations !
Heartiest congratulations to all 4 students who secured more than 80 marks in the 2nd Unit Test of English. This initiative was taken by . Keep it up!

দ্বিতীয় গোট পৰীক্ষা.....
09/06/2026

দ্বিতীয় গোট পৰীক্ষা.....

🌿 আপোনালোকৰ বহুমূলীয়া কমেন্টৰ অপেক্ষাত ! 🌿আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ছবিসমূ...
05/06/2026

🌿 আপোনালোকৰ বহুমূলীয়া কমেন্টৰ অপেক্ষাত ! 🌿
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ছবিসমূহ তলত আগবঢ়োৱা হৈছে । প্ৰতিগৰাকী শিক্ষাৰ্থীয়েই পৰিৱেশ সুৰক্ষাৰ ওপৰত অতি সুন্দৰ চিত্ৰ অংকন কৰিছে ।
এতিয়া আটাইতকৈ কঠিন কামটো আপোনালোকৰ ! অনুগ্ৰহ কৰি ছবিবোৰ চাওক আৰু কমেন্ট (Comment) কৰি জনাওক যে, আপোনালোকৰ মতে কোনখন ছবিয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পাব লাগে। আপোনালোকৰ বাছনিয়ে আমাক প্ৰকৃত বিজয়ী নিৰ্বাচন কৰাত সহায় কৰিব। 🎨👇

এটা গছ, হাজাৰ আশাৰ উৎস ।  য়ে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সহযোগত বিদ্যালয় চৌহদত বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
05/06/2026

এটা গছ, হাজাৰ আশাৰ উৎস ।

য়ে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সহযোগত বিদ্যালয় চৌহদত বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

05/06/2026

🌱 বিশ্ব পৰিৱেশ দিৱস ২০২৬ 🌱
ধৰিত্ৰী ৰক্ষাৰ সংকল্পৰে আজি আমাৰ বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ সুন্দৰ আৰু চিন্তাশীল লিখনীসমূহ বৰ্তমান আমাৰ শ্ৰদ্ধেয় শিক্ষা গুৰু সকলে অতি গভীৰতাৰে মূল্যায়ন কৰি থকাৰ এটি মুহূৰ্ত। 📝✨
নতুন প্ৰজন্মৰ মনত পৰিৱেশ সচেতনতা গঢ়ি তোলাৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। সকলো প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীলৈ শুভকামনা জ্ঞাপন কৰিলোঁ।

Address

Udmari
Nagaon
782124

Opening Hours

Monday 7:30am - 4pm
Tuesday 7:30am - 4pm
Wednesday 7:30am - 4pm
Thursday 7:30am - 4pm
Friday 7:30am - 2pm
Saturday 7:30am - 4pm
Sunday 9am - 11am

Telephone

+919435067972

Alerts

Be the first to know and let us send you an email when ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, Senior Secondary School:

Shortcuts

Share

Category