College GROUP

College GROUP Please like the page
Follow on Twitter--
twitter.com/FurdusA

Follow on Instragam--
www.instagram.c

A broken hyoid bone, blood spilled from eyes, black mark all over the body, blood from the private part, seminal fluid o...
17/08/2024

A broken hyoid bone, blood spilled from eyes, black mark all over the body, blood from the private part, seminal fluid of multiple persons inside the body.🥹??




11/02/2024

কাইলৈ 12.02.2024 ত হব লগা উচ্চতৰ মাধ্যমিক চুৰান্ত বৰ্ষৰ সমূহ পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভ কামনা থাকিল
All the best juniors

22/01/2024

Gendy , channai
Anyone???

Congratulations Sir 🎉 Parsho Das
19/01/2024

Congratulations Sir 🎉 Parsho Das

15/01/2024

▶️ভাৰতৰ ৰাষ্ট্ৰপতি- দ্ৰৌপদী মুৰ্মু
▶️ভাৰতৰ উপ-ৰাষ্ট্ৰপতি - জগদীপ ধনখাৰ
▶️ভাৰতৰ প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোদী ভাৰতৰ মুখ্য ▶️ন্যায়াধীশ - দি ৱাই চন্দ্ৰচুড়া
▶️লোকসভাৰ অধ্যক্ষ- ওম বীৰলা
▶️গৃহ মন্ত্ৰী - অমিত শ্বাহ
▶️প্ৰতিৰক্ষা মন্ত্ৰী- ৰাজনাথ সিং
▶️বিত্ত মন্ত্ৰী- নিৰ্মলা সীতাৰমন
▶️স্বাস্থ্য মন্ত্ৰী - মনছুখ মাণ্ডাবিয়া
▶️ৰেল মন্ত্ৰী-আশ্বৱিনী বৈষ্ণৱ
▶️শিক্ষা মন্ত্ৰী- ধৰ্মেন্দ্ৰ প্ৰধান
▶️বৈদেশিক পৰিক্ৰমা মন্ত্ৰী- সুব্ৰমন্যম জয়শংকৰ
▶️আৰ বি আইৰ ৰাজ্যপাল - শক্তিকান্ত দাস
▶️ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা-অজিত ডোভাল
▶️এটৰ্নী জেনেৰেল -আৰ ভেংকটাৰমণি
▶️কেবিনেট সম্পাদক - ৰাজীৱ গৌবা
▶️UPSC ৰ অধ্যক্ষ - মনোজ ছোনী
▶️মুখ্য নিৰ্বাচন আয়ুক্ত- ৰাজীৱ কুমাৰ
▶️সেনা প্ৰধান - জেনেৰেল মনোজ পাণ্ডে
▶️বিমান কৰ্মচাৰীৰ মুৰব্বী - এচিএম বিবেক ৰাম চৌধুৰী
▶️নৌসেনাৰ মুৰব্বী- এডমিৰেল আৰ হৰি কুমাৰ

13/01/2024

বিহুৰ নিমন্ত্ৰণ পোৱা নাই এতি়ালৈকে🥲

Feel free to contact
13/01/2024

Feel free to contact

13/01/2024

Free Hotel Manegement Tranning Going On...
*Margdarshan*
Near Circle office Nagaon
💯 Placement Guarantee
Contact Me
8135058422

12/01/2024

নগাঁও ৰ পৰা ভূৰাগাওঁ অভিমুখে অহাৰ সময়ত এজন ব্যক্তিৰ প্লাষ্টিকৰ মোনা এটা কোনো অজ্ঞাত স্থানত পেলাই থৈ আহিছে , যদি কাৰোবাৰ দৃষ্টিত পৰিছে তেন্তে এইটো নম্বৰত যোগাযোগ কৰিলবলৈ অনুৰোধ জনালোঁ।

Name : Sofur Uddin Khan
Tengaguri, Morigaon (Assam)
PH. No. 9395559852

আপুনি এতিয়াও আপোনাৰ নাম পৰীক্ষা কৰা নাই নেকি? অতি শীঘ্ৰে কৰক!8135058422
06/01/2024

আপুনি এতিয়াও আপোনাৰ নাম পৰীক্ষা কৰা নাই নেকি? অতি শীঘ্ৰে কৰক!
8135058422

Address

Nagaon

Alerts

Be the first to know and let us send you an email when College GROUP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to College GROUP:

Shortcuts

Share

Category