অন্তবিহীন যাত্ৰা

অন্তবিহীন যাত্ৰা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অন্তবিহীন যাত্ৰা, Samaguri, Nagaon.

নমস্কাৰ ও ছালাম গ্ৰহন কৰিব।আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে চামগুৰিৰ পৰা লাইলুৰি যোৱা পথত কদমগুৰি পাঁচালিত  Jio BP Mob...
02/02/2026

নমস্কাৰ ও ছালাম গ্ৰহন কৰিব।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে চামগুৰিৰ পৰা লাইলুৰি যোৱা পথত কদমগুৰি পাঁচালিত Jio BP Mobility Ltd. ৰ M/S HMB Energy Station নামেৰে অহা ইংৰাজী 04/02/2026 তাৰিখ বুধবাৰে দিনৰ 11:00 বজাত এখনি পেট্ৰ'ল পাম্পৰ শুভ উদ্বোধন কৰা হ'ব।
গতিকে উক্ত উদ্বোধনী অনুষ্ঠানত আপোনালোকক সাদৰৰে নিমন্ত্ৰণ জনোৱা হ'ল।

13/01/2026

জীৱনৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।

15/12/2025

গ্ৰাম্য অঞ্চলৰ সুপ্ত প্ৰতিভা আৰু বিকাশ সাধনাৰ লক্ষ্যৰে অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জনসেৱা পৰিষদৰ সহযোগত প্ৰতিষ্ঠিত এক ব্যতিক্ৰমী ব্যক্তিগত শিক্ষানুষ্ঠান জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লটানিচাপৰি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বাৰ্ষিক খেল প্ৰতিযোগিতা আৰম্ভ কৰা হয়।
আজি উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰী সকলে এক ব্যতিক্ৰমী নৃত্যৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

18/11/2025

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত মহান শিল্পী গৰাকীক সোঁৱৰি বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আবু ছাহিদৰ কন্ঠত "মায়াবিনী" গীত।


14/11/2025
"মায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণত…তুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা, ৰ...
22/09/2025

"মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।"

বিদায় জুবিন দা চিৰ দিনৰ বাবে বিদায়।

আজি আমাৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ডাঙৰীয়াক চিৰ দিনৰ বাবে অশ্ৰুসিক্ত নয়নেৰে বুকুত এবুকু বিষাদ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক।

03/09/2025

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী মৌচুমী আহমেদৰ এক মৰম লগা নৃত্য।

Address

Samaguri
Nagaon
782140

Telephone

+918638262954

Website

Alerts

Be the first to know and let us send you an email when অন্তবিহীন যাত্ৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share