23/04/2024
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আলহাজ হুছেইন আলী একাডেমীৰ ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়।আমাৰ একাডেমীৰ পৰা মুঠ ৩৩ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে ২ গৰাকী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। ১২ গৰাকীয়ে প্ৰথম বিভাগ,১৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১ গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হয়।আলহাজ হুছেইন আলী একাডেমীৰ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।🥰❤️