Singia B. Dev High School Alumni

Singia B. Dev High School Alumni This page is open for Alumni of Singia B. Dev High School

01/05/2022
21/05/2021

শ্ৰদ্ধাৰ,
সন্মানীয় শিক্ষাগুৰু আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকল, সকলোলৈকে নমস্কাৰ জনালোঁ।
বৰ্তমান সময় অতি ভয়াবহ আৰু ভয়ানক তথাপি আমি সকলোৱে সতৰ্ক আৰু সাৱধান হৈ এই পৰিস্থিতিৰ লগত যুজঁ দিয়াই আমাৰ প্ৰধান কৰ্তব্য।
যিহেতু ক'ৰনাৰ এই ভয়াবহ কালছোৱাত আমি সকলো ঘৰতে সময় অতিবাহিত কৰিছোঁ বা বিভিন্ন সৃষ্টিশীল কৰ্মৰ লগত জড়িত হৈ পৰিছোঁ গতিকে আমাৰ এটি পৰিকল্পনা আপোনাসবক অৱগত কৰিব বিচাৰিছোঁ।
আপোনাসবৰ সাহিত্যৰ দৃষ্টিকোণৰ প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে আমি এখনি *"ই―আলোচনী"* প্ৰকাশ কৰিম বুলি মনতে ঠিৰাং কৰিছোঁ আৰু আলোচনীখন কভিদ আক্ৰান্ত হৈ অকালতে হেৰাই যোৱা সেই ব্যক্তি সকলৰ নামত উৎসৰ্গিত কৰিম বুলি ভাবিছোঁ।
আমি মাথোন চেষ্টা হে কৰিব পাৰোঁ, আপোনাসবৰ সহায় সহযোগিতা অবিহনে এই কাম অসম্ভৱ...!
গতিকে,
*সকলোৰে মতামত আশা কৰিলোঁ...✍*
*🙏ধন্যবাদ✍*
*পৰিচালনা সমিতিৰ সদস্য/সদস্যা সকল...*

Welcome to this page please join our whatsapp group via this link.👇
17/05/2021

Welcome to this page please join our whatsapp group via this link.👇

WhatsApp Group Invite

Address

Nagaon
782140

Alerts

Be the first to know and let us send you an email when Singia B. Dev High School Alumni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category