Assam international Madrassa

Assam international Madrassa islamic song and video

08/03/2025
প্ৰসঙ্গঃ বানপানী।প্ৰতি বছৰেই বানপানী হয়। বান আৰু গৰাখহনীয়াই হাজাৰ হাজাৰ মানুহক মূহুৰ্তৰ ভিতৰত পথৰ ভিক্ষাৰী বনাই দিয়ে।...
05/07/2024

প্ৰসঙ্গঃ বানপানী।
প্ৰতি বছৰেই বানপানী হয়। বান আৰু গৰাখহনীয়াই হাজাৰ হাজাৰ মানুহক মূহুৰ্তৰ ভিতৰত পথৰ ভিক্ষাৰী বনাই দিয়ে। কোটিপতিয়ো হৈ পৰে সৰ্বহাৰা, দিশহাৰা। বিশেষকৈ এইবাৰৰ বানপানী পূৰ্বৰ তুলনাত বহুত বেছি প্ৰলয়ঙ্কাৰি আৰু ভয়ঙ্কৰ। জানিব পৰা মতে অসমৰ অধিকাংশ জিলা সংহাৰী বানে বিধ্বস্ত কৰি পেলাইছে। লাখ লাখ বন্যাৰ্তই অনাহাৰে বিনিদ্ৰ ৰজনী কটাইছে। বহুতৰ ঘৰ বাৰী বিধ্বংসী বানে উটুৱাই লৈ গৈছে। ইয়াৰ উপৰিও পশুধনৰ বিস্তৰ ক্ষতি সাধন হৈছে। তেনে মূহুৰ্ত আৰু সময়ত আমি যিসকল বন্যাৰ কবলৰ বাহিৰত আছোঁ, সামৰ্থ্য অনুযায়ী যদি আমিও অলপ সহায় সাহায্যৰ হাত আগবঢ়াও তেন্তে দুৰ্গত তথা আৰ্তসকলৰ বহুত উপকাৰ হ'ব। গতিকে আহক পাৰ্যমানে আমিও খবৰ লওঁ। লগতে মহান আল্লাহৰ ওচৰত দোৱা কৰোঁ, এনেকুৱা বিপদৰ পৰা সকলোকে আল্লাহ তা'লাই ৰক্ষা কৰক আমীন।
মৌলানা কলিম উদ্দিন
ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক,অসম ৰাজ্যিক জমিয়ত উলামা।
৫/৭/২৪ইং

অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশত , আনফৰ ফাউণ্ডেশ্যনৰ ব্যৱস্থাপনাত আৰু ও...
04/07/2024

অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশত , আনফৰ ফাউণ্ডেশ্যনৰ ব্যৱস্থাপনাত আৰু ওদালগুৰি জিলা জমিয়ত উলামাৰ জৰিয়তে বন্যাৰ্ত সকলক সাহায্য প্ৰদান কৰা হয়।

আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহ ।অসম ৰাজ্যিক জমিয়ত উলামাইয়াৰ দ্বাৰা সকলো ৰাইজক জনোৱা হয় যে আপোনালোকে জমিয়ত উলামাৰ প...
02/07/2024

আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহ ।
অসম ৰাজ্যিক জমিয়ত উলামা
ইয়াৰ দ্বাৰা সকলো ৰাইজক জনোৱা হয় যে আপোনালোকে জমিয়ত উলামাৰ প্ৰাথমিক সদস্য ভৰ্ত্তিৰ মাচুল ২ টকা দি এটা ৰচিদ কাটক আৰু আমাৰ জমিয়ত উলামায়ে হিন্দৰ লগত জড়িত হৈ
জমিয়তৰ নীতি আৰু বিধি ব্যৱস্থা মানি চলক ।
কোনো মানুহে যদি ভাবিছে যে মই ২ টকাতকৈ বেচি দিম তেনেহলে দিব পাৰে।
আপোনালোকৰ এই টকাৰ দ্বাৰা আমাৰ জমিয়ত উলামায়ে হিন্দে বিভিন্ন ঠাইত বান পানীত ভূগি থকা মানুহক আৰু বেমাৰত ভুগি থকা মানুহক সহায় কৰিব পাৰিব। তলত দিয়া QR code ত ২টকা দি এটা ৰচিদ কাটক।
🔴জমিয়ত উলামায়ে হিন্দৰ উদ্দেশ্যাৱলী 🔴
👇👇
১/ ইছলাম, ইছলামৰ কৃষ্টি, মুছলমানৰ পুৰণি কীৰ্ত্তি, এবাদতগাহ আৰু ৱাক্ফ সম্পত্তিৰ হেফাজত কৰা।
২/ আক্কায়ে নামদাৰ হজৰত মুহাম্মাদুৰ ৰাছুলুল্লাহ (ছঃ)ৰ পৱিত্ৰ চৰিত্ৰৰ ব্যাপক প্ৰচাৰ আৰু অনুকৰণৰ ব্যৱস্থা কৰা।
৩/ ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ লগত শ্বৰীয়তানুযায়ী সদ্ভাৱ, সম্প্ৰীতিৰ আৰু ঐক্য স্থাপন কৰা।
৪/ মক্তব - মাদ্ৰাছা আদিত জমিয়ত উলামায়ে হিন্দৰ পাঠ্যক্ৰম (নেচাব) প্ৰচলনৰ ব্যৱস্থা কৰা।
৫/ ৰাষ্ট্ৰীয় উন্নয়নমূলক আঁচনিবোৰত অংশগ্ৰহণ কৰি অইন সম্প্ৰদায়ৰ দৰে উন্নতি সাধন কৰা।
৬/ জমিয়ত উলামায়ে হিন্দৰ গঠনমূলক আঁচনি সমূহৰ বাস্তৱ ৰূপায়নৰ ব্যৱস্থা কৰা।

আপোনালোকে এটা শেয়াৰ কৰি আন দহজনক সুবিধা কৰি দিয়ক।

সাধাৰণ সম্পাদক
আব্দুৰ ৰশ্বীদ
অসম ৰাজ্যিক জমিয়ত উলামা।

27/05/2024

আমরার কোরবানি হচ্ছে কি না আমরা জেনে নেই।


If you like the video please share it

03/04/2024

হাজি আমিনুল ইছলামৰ বিশাল পথ যাত্ৰা
নগাঁও লোকসভা সমষ্টি

25/03/2024

Ayat ul kursi is very powerful
আয়াতুল কুরসীর পাওয়ার কতটা আমরা জেনে নেই।if you like the video please share it

Hafiz Ashad modoni New Post
19/03/2024

Hafiz Ashad modoni New Post

14/02/2024

মৌলানা অলি উল্লাহ চাহাব।মধুৰ কন্ঠত কোৰআন তিলাওৱাত। যদি ভাল লাগে এটা শেয়াৰ কৰি আন দহজনক দেখাৰ সুযোগ কৰি দিব।



Assam international Madrassa
Nogaon Live

#782124

02/02/2024

Aliya siddika Spoke in English
আজি তিনিচুকীয়া জুকাটি বজাৰৰ ওচৰত Educare senior secondary school ত উদ্বোধনী অনুষ্ঠান আহি উপস্থিত হয় আলিটাঙনীৰ মেধাবী ছাত্ৰী,আলিয়া ছিদ্দিকা


31/12/2023

please dont celebrate new year
দয়া করে নতুন বছর উদযাপন করবেন না
M***i Tarik Jameel
***itariqjameel
Please Follow me
You tube Link 👇
https://www.youtube.com/

29/12/2023

Qari Tayyab Jamal saheb
Beautiful voice and Beautiful Quran Tilawat


You tube Link 👇
https://www.youtube.com/

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Assam international Madrassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Assam international Madrassa:

Shortcuts

Share