Madhab Dev H.S.School, Tulashimukh,Nagaon,Assam

Madhab Dev H.S.School, Tulashimukh,Nagaon,Assam নৱ যুগৰ জ্ঞানৰ আলোকেৰে অনেক জীৱন আলোকিত কৰা এটি ক্ষুদ্ৰ প্ৰাণকেন্দ্ৰ.....

বিদ্যাশুভাৰম্ভ আৰু সমূহীয়া উৎসৱ উদযাপনৰ মুহূৰ্ত
30/04/2026

বিদ্যাশুভাৰম্ভ আৰু সমূহীয়া উৎসৱ উদযাপনৰ মুহূৰ্ত

29/04/2026

'বিদ্যাশুভাৰম্ভ আৰু সামূহিক উৎসৱ 2026' অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পৰিবেশিত জেং বিহু

19/03/2026
30/01/2026

বিদ্যালয়ৰ খেল সমাৰোহ ২০২৫-২৬

On 26th January 2026, our school celebrated the 77th Republic Day of India with great dignity and patriotism. The nation...
28/01/2026

On 26th January 2026, our school celebrated the 77th Republic Day of India with great dignity and patriotism. The national flag was hoisted by our respected Principal, Madam Plabita Bora. Following the flag hoisting ceremony, the National Anthem was solemnly sung by all present.
The programme continued with the rendition of the National Song “Vande Mataram,” which holds historic significance as it completes 150 years. Thereafter, our respected Principal Madam and Sir Bikash Hazarika delivered insightful and meaningful speeches highlighting the importance of Republic Day and its values. Their words inspired everyone and made the celebration truly memorable.

On the occasion of the 77th Republic Day celebration held at Narul Amin Stadium, Nagaon, the Scout and Guide team of our...
28/01/2026

On the occasion of the 77th Republic Day celebration held at Narul Amin Stadium, Nagaon, the Scout and Guide team of our school secured second position in the parade. This remarkable achievement is a matter of great pride and honor for our institution. Their dedication, discipline, and sincere efforts are truly commendable. We express our heartfelt gratitude to the entire team and wish them continued success and greater accomplishments in the future.

বিদ্যালয়ৰ 'ছাত্ৰ একতা সভাৰ' নিৰ্বাচনৰ কিছু মুহূৰ্ত
15/12/2025

বিদ্যালয়ৰ 'ছাত্ৰ একতা সভাৰ' নিৰ্বাচনৰ কিছু মুহূৰ্ত

20/11/2025
20/11/2025

কেৱল মাত্ৰ দুই দিনতে আমাৰ ছাত্ৰ ছাত্ৰী সকলে সকলো আয়োজন কৰি মৰমৰ শিল্পীজনাৰ জন্ম দিৱসত ইমান সুন্দৰ এটি অনুষ্ঠান গঢ়ি তুলিলে, তাৰ বাবে সকলোলৈকে অভিনন্দন। তোমালোক আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনটো মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উলহ-মালহৰে পালন কৰা হয়। কায়িকভাৱে...
20/11/2025

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনটো মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উলহ-মালহৰে পালন কৰা হয়। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা দুমাহ সম্পূৰ্ণ হ'ল। কিন্তু আমি যেন এতিয়াও মানি লব পৰা নাই বাস্তৱক। মঙলবাৰে পোৱা ১০ বজাৰ পৰা ২.৩০ বজালৈকে জুবিন গাৰ্গৰ গীতে-মাতে জীপাল হৈ উঠিল বিদ্যালয়ৰ প্ৰাঙ্গন।
যাৰ কণ্ঠ অসমীয়া সংস্কৃতিৰ পৰিচয়
যাৰ কণ্ঠ অসমীয়াৰ সাহসৰ পৰিচয়

যাৰ হৃদয় অতিমানৱীয় গুনেৰে সমৃদ্ধ
যাৰ ব্যক্তিত্ব ইউকেলিপ্টাচ গছতকৈও ওখ

যাৰ মন শিশুৰ দৰে কোমল
যাৰ অৱদান আকাশৰ দৰে সীমাহীন

যাৰ চিন্তা সাগৰৰ দৰে গভীৰ
যিজন হৈছে একক আৰু অদ্বিতীয়

সেই " জোনাক কণ্ঠ" লৈ অজস্ৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

Address

Nonoi Dakhinpat Road
Nagaon

Website

Alerts

Be the first to know and let us send you an email when Madhab Dev H.S.School, Tulashimukh,Nagaon,Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category