18/02/2025
#কুরআন
আপুনি কি কোৰআন হিকিব বিচাৰিছে বা আপুনাৰ সন্তানক কুৰআন হিকাব বিচাৰিছে? কিন্তু সঠিক গাইডেন্স পোৱা নাই? চিন্তা নকৰিব! অনলাইন ZOOM, ৰ জৰিয়তে আলিফ বাৰ পৰা আৰম্ভ কৰি হাত ধৰি ধৰি কোৰআন শিকাম ইনশাআল্লাহ। আপুনি ভাৰত বা পৃথিৱীৰ যিকোনো ঠাইতে নাথাকক কিয়, এই সুযোগ আপোনাৰ বাবে! যদি আপোনি কোৰআনক ভাল পাই, যদি আপুনি কোৰআন শিকিব বিচাৰে, তেন্তে এইটো আপোনাৰ বাবে এক সোণালী সুযোগ। প্ৰতিদিনে মাত্ৰ আধা ঘণ্টাৰ পৰা এঘণ্টা সময় দিয়ক, মই মুফতি ৰফিকুল ইসলাম কাসিমী আপোনাক কোৰআন শিকাই দিম ইনশাআল্লাহ
অধিক তথ্যৰ বাবে তলত দিয়া নাম্বারত যোগাযোগ করিব পারে: 724 9911 729