Arya Jatiya Vidyalaya, Bebejia

Arya Jatiya Vidyalaya, Bebejia Assamese Medium HS School with modern method of education

আজি আমাৰ বিদ্যালয়ৰ বাবে বৰ আনন্দৰ দিন সকলোৱে আশীৰ্বাদ কৰিব বিদ্যালয়খন যাতে আৰু আগুৱাই যাব পাৰে।
27/06/2025

আজি আমাৰ বিদ্যালয়ৰ বাবে বৰ আনন্দৰ দিন সকলোৱে আশীৰ্বাদ কৰিব বিদ্যালয়খন যাতে আৰু আগুৱাই যাব পাৰে।

বিদ্যালয়ৰ ৰাভা দিৱসৰ কিছু ভাল লগা মূহুৰ্ত
27/06/2025

বিদ্যালয়ৰ ৰাভা দিৱসৰ কিছু ভাল লগা মূহুৰ্ত

বিদ্যালয়ৰ পৰিবেশ দিৱসৰ কিছু ভাল লগা মূহুৰ্ত
27/06/2025

বিদ্যালয়ৰ পৰিবেশ দিৱসৰ কিছু ভাল লগা মূহুৰ্ত

বৃত্তি পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্দ্ধনা।
27/06/2025

বৃত্তি পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্দ্ধনা।

বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা পৰিদৰ্শন কালত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ (AJBEC)ৰ প্ৰতিনিধি জ্ঞান নাথ ডেকা মহোদয়ৰ সৈত...
22/02/2025

বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা পৰিদৰ্শন কালত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ (AJBEC)ৰ প্ৰতিনিধি জ্ঞান নাথ ডেকা মহোদয়ৰ সৈতে সহকৰ্মীসকল ।

আৰ্য জাতীয় বিদ্যালয়ত দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন । সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ.........
15/08/2024

আৰ্য জাতীয় বিদ্যালয়ত দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন ।
সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ.............

স্বাধীনতা দিৱস উপলক্ষে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ক্ৰিয়া-কলাপ ।

বিদ্যালয়ৰ ছাত্ৰী গাৰ্গী বৰাক ছাত্ৰ সন্থাৰ দ্বাৰা অঞ্চলৰ "শ্ৰেষ্ঠ শিক্ষাৰ্থী" স্বীকৃতিচলিত ২০২৪ বৰ্ষত নগাঁও জিলাৰ বৃহত্তৰ...
09/07/2024

বিদ্যালয়ৰ ছাত্ৰী গাৰ্গী বৰাক ছাত্ৰ সন্থাৰ দ্বাৰা অঞ্চলৰ "শ্ৰেষ্ঠ শিক্ষাৰ্থী" স্বীকৃতি

চলিত ২০২৪ বৰ্ষত নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ভিতৰতে আমাৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়,বেবেজীয়াৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গাৰ্গী বৰাই "শ্ৰেষ্ঠ শিক্ষাৰ্থী"ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত নগাঁও জিলা ছাত্ৰ সন্থাই এই স্বীকৃতি প্ৰদান কৰে । যোৱা ৭জুলাই,ৰবিবাৰে আয়োজিত এক বিশেষ অভিনন্দন অনুষ্ঠানত এই স্বীকৃতি প্ৰদান কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিত গাৰ্গী বৰাক এই সন্মান প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পংকজ বৰাই । গাৰ্গী বৰা হাতীচোং মৌজাৰ চকলাঘাটৰ খাটোৱাল গাঁৱৰ জ্যেষ্ঠ সহকাৰী শিক্ষক বীৰেণ বৰা আৰু প্ৰয়াত আৰতী শইকীয়াৰ সুযোগ্য কন্যা । শেষত সমাজ গঢ়াৰ উত্তৰণৰ বাটত গাৰ্গীৰ উজ্জ্বলিত হওঁক ভৱিষ্যতৰ প্ৰতিটো ক্ষণ ।

সেই কামনাৰেে.......
আৰ্য জাতীয় বিদ্যালয়ৰ পৰিয়াল বৰ্গ

 #কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনানগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্গত জাতীয় বিদ্যালয় সমূহৰ জিলা ভিত্তিত আয়...
08/07/2024

#কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্গত জাতীয় বিদ্যালয় সমূহৰ জিলা ভিত্তিত আয়োজিত পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষা আৰু ২০২৪বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জনকাৰী আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৬জুলাই,শনিবাৰে সম্বৰ্ধনা জনোৱা হয় । নগাঁও জিলা সাহিত্য সভাৰ কমলা তোদী স্মৃতি ভৱনত আয়োজিত অনুষ্ঠানটিত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ লগতে এজবেকৰ প্ৰতিনিধি সকল উপস্থিত থাকে । উল্লেখ্য যে আমাৰ বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত পৰিণীতা বৰাই চতুৰ্থ স্থান আৰু কস্তুৰীমা দাসে ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গাৰ্গী বৰা,প্ৰিঞ্চী শইকীয়া আৰু মাধূৰ্য মণ্ডিত বৰাই ডিষ্টিংচন তথা শ্ৰৱণা কাকতি,প্ৰেৰণা কলিতা,শিল্পীনন্দা বৰা,শাশ্বতি বৰা,কংকন জ্যোতি শইকীয়া,প্ৰিয়ানুজ কাশ্যপ আৰু হৰ্ষিতা মেধিয়ে ষ্টাৰ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক-অভিভাৱিকাসকলে আমন্ত্ৰিত অতিথিসকলৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে ।

আজি বিদ্যালয়ত  ৰাভা দিৱস উদযাপন কৰা হয়
20/06/2024

আজি বিদ্যালয়ত ৰাভা দিৱস উদযাপন কৰা হয়

09/05/2024
২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়
09/05/2024

২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়

20/04/2024

Address

Bebejia Chariali
Nagaon South

Website

Alerts

Be the first to know and let us send you an email when Arya Jatiya Vidyalaya, Bebejia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Arya Jatiya Vidyalaya, Bebejia:

Shortcuts

Share

Category