Dharma Gyan

Dharma Gyan see

21/01/2024
আজি ইং ২৫/০৪/২০২৩ তাৰিখ মঙ্গলবাৰ দিনা বিলাসীপাৰা নগৰস্থিত আম্বেদকাৰ ভৱনত মাননীয় প্রধানমন্ত্রীৰ ১০০সংখ্যক মন কী বাত অনুষ্...
25/04/2023

আজি ইং ২৫/০৪/২০২৩ তাৰিখ মঙ্গলবাৰ দিনা বিলাসীপাৰা নগৰস্থিত আম্বেদকাৰ ভৱনত মাননীয় প্রধানমন্ত্রীৰ ১০০সংখ্যক মন কী বাত অনুষ্ঠান উপলক্ষে বিশেষ প্ৰস্তুতি সভা অনুষ্ঠিত হয়।এই সভাত অপেক্ষিত থাকে সকলো জিলা বিষয় ববীয়া , মন্ডল সভাপতি সকল সকলো মৰ্চাৰ সভাপতি সকল আৰু লগতে বিশিষ্ট ব্যাক্তি হিচাপে উপস্থিত থাকে মাননীয় জিলা সভাপতি,জিলা সাধাৰন সম্পাদক, জিলা সহ প্ৰভাৰী,জিলা আহ্বায়ক আৰু এই অনুষ্ঠানত মাৰ্গদৰ্শন কৰে মাননীয় জিলা সভাপতি শ্ৰী যুত প্ৰফুল্ল কলিতা দেৱ আৰু জিলা সহ প্ৰভাৰী শ্ৰী যুত সুখেন ৰায় ডাঙৰীয়া।

বিজেপি জিন্দাবাদ,
25/04/2023

বিজেপি জিন্দাবাদ,

01/02/2023

অসমৰ জনপ্ৰিয় আৰু সুদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

উন্নয়নৰ এই দুৰন্ত যাত্ৰা অব্যাহত ৰাখি তেখেতে যাতে অসমক সমৃদ্ধিৰ শিখৰত উপনীত কৰিব পাৰে, তাৰ বাবে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

Happiest birthday greetings to HCM Dr. Himanta Biswa Sarma dangoriya, under whose leadership Assam is scaling newer heights of progress and development.

May Maa Kamakhya and the Gurujona continue to shower their choicest blessings for a long and healthy life.

মোৰ বন্ধু মহলক অনুৰোধ জনাও যে সকলোৱে মোৰ এই ভিডিও টো shareকৰে যেনPlease share my vedio......
29/12/2022

মোৰ বন্ধু মহলক অনুৰোধ জনাও যে
সকলোৱে মোৰ এই ভিডিও টো shareকৰে যেন
Please share my vedio......

Edited by YouCut:https://youcutapp.page.link/BestEditor

Address

Mumbai

Telephone

+916001848764

Website

Alerts

Be the first to know and let us send you an email when Dharma Gyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category