Platinum Jubilee Celebration of Hatimuria Boys LP School

Platinum Jubilee Celebration of Hatimuria Boys LP School Platinum Jubilee Celebration of Hatimuria Boys LP School

Hatimuria Boys LP School or Platinum jubli r kisu smriti
05/01/2026

Hatimuria Boys LP School or Platinum jubli r kisu smriti

"বৃহত্তৰ হাতীমুৰীয়া অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট ব্যক্তিক আন্তৰিক সম্বৰ্ধনা" অনুষ্ঠান"মহাৰজত জয়ন্...
02/01/2026

"বৃহত্তৰ হাতীমুৰীয়া অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট ব্যক্তিক আন্তৰিক সম্বৰ্ধনা"

অনুষ্ঠান"মহাৰজত জয়ন্তী সমাৰোহত বৃহত্তৰ হাতীমুৰীয়া অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট ব্যক্তিক আন্তৰিক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সমিতিৰ সভাপতি কমৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমিতিৰ যুটীয়া সম্পাদক আলম বাহাৰুল ইছলামৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে USTM ৰ সহযোগী অধ্যাপক তথা প্ৰেৰণামুলক বক্তা আব্দুল ৱাদুদ সেখ ডাঙৰীয়া, পৰিচালনাত সমিতিৰ সম্পাদক তথা এছ চি চি অসমৰ সভাপতি ছাব্বিৰ হুছেইনৰ আৰু সহ পৰিচালনাত সমিতিৰ সম্পাদক ইনামূল হক।

Platinum Jubilee Celebration of Hatimuria Boys LP School



Sabbir Hussain

"শৈক্ষিক আলোচনা চক্ৰ" মহাৰজত জয়ন্তী সমাৰোহত শিশুৰ শিক্ষা যতন আৰু শিশুৰ ভৱিষ্যত শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সমিত...
02/01/2026

"শৈক্ষিক আলোচনা চক্ৰ" মহাৰজত জয়ন্তী সমাৰোহত শিশুৰ শিক্ষা যতন আৰু শিশুৰ ভৱিষ্যত শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সমিতিৰ সভাপতি কমৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে NE Nation ৰ এংকৰ হেড ডাবু নাৰায়ন কোঁৱৰ ডাঙৰীয়া, অনুষ্ঠান উদ্ধোধন কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হক ডাঙৰীয়াই, সোনাই আই এ এছ একাডেমীৰ সঞ্চালক নুৰুল আমিন ডাঙৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষন আগবঢ়ায় সমিতিৰ সম্পাদক তথা এছ চি চি অসমৰ সভাপতি ছাব্বিৰ হুছেইনে। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত, ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ মজিবুৰ ৰহমান চাহাব আদি, পৰিচলনাৰ দায়িত্বত থাকে সমিতিৰ যুটীয়া সম্পাদক আলম বাহাৰুল ইছলাম আদি।

Platinum Jubilee Celebration of Hatimuria Boys LP School

Sabbir Hussain

মহাৰজত জয়ন্তী সমাৰোহত তিৱা নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। তিৱা নৃত্য ৰ দলটিলৈ আন্তৰিক ধন্যবাদ।Platinu...
02/01/2026

মহাৰজত জয়ন্তী সমাৰোহত তিৱা নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। তিৱা নৃত্য ৰ দলটিলৈ আন্তৰিক ধন্যবাদ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু আলোকচিত্ৰ সাঁচি ৰাখিলোঁ।Platinum Jubilee Celebration of Hatimuria Boys LP School
02/01/2026

সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু আলোকচিত্ৰ সাঁচি ৰাখিলোঁ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচী সাঁচি ৰাখিলোঁ।Platinum Jubilee Celebration of Hatimuria Boys LP School
02/01/2026

মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচী সাঁচি ৰাখিলোঁ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

মহাৰজত জয়ন্তীৰ প্ৰথম দিনাৰ অৰ্থাৎ ২৭ ডিচেম্বৰ ২০২৫ তাৰিখৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু আলোকচিত্ৰ...ৰঙীন সাজ-পোছাক, লোকসং...
02/01/2026

মহাৰজত জয়ন্তীৰ প্ৰথম দিনাৰ অৰ্থাৎ ২৭ ডিচেম্বৰ ২০২৫ তাৰিখৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু আলোকচিত্ৰ...

ৰঙীন সাজ-পোছাক, লোকসংস্কৃতিৰ নৃত্য-গীতেৰে মুখৰিত হোৱা এই শোভাযাত্ৰাই আমাৰ ঐতিহ্য, একতা আৰু আনন্দৰ বাৰ্তা বহন কৰি আনিলে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সমূহ অতিথিবৃন্দ সকলো শিল্পী, শিক্ষাৰ্থী আৰু সহযোগীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Platinum Jubilee Celebration of Hatimuria Boys LP School

Hussain

Platinum Jubilee Celebration of Hatimuria Boys LP School  Sabbir Hussain
02/01/2026

Platinum Jubilee Celebration of Hatimuria Boys LP School
Sabbir Hussain

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি সংবাদ প্ৰহৰী বাৰ্তা কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন ক...
02/01/2026

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি সংবাদ প্ৰহৰী বাৰ্তা কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি অসম বাৰ্তা কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।Pla...
31/12/2025

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি অসম বাৰ্তা কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি গণ সংবাদ কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।Plati...
31/12/2025

মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ বাতৰি গণ সংবাদ কাকতত প্ৰকাশিত হোৱাত নথৈ আনন্দিত হৈছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Platinum Jubilee Celebration of Hatimuria Boys LP School

Address

Hatimuria Moirabari Dist Morigaon
Morigaon
782126

Website

Alerts

Be the first to know and let us send you an email when Platinum Jubilee Celebration of Hatimuria Boys LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category