Aarohan Academy

Aarohan Academy Aarohan is a platform providing guidance to the students and lead them outside the traditional note- Aarohan is an attempt.

A platform, providing guidance to the students of the Greater Morigaon area, leading them outside the traditional note-based learning by inculcating a sense of originality. Formed by a group of young and qualified teachers, Aarohan attempts to encourage the students to express their originality, their creativity and lead their way in life.

25/04/2026

ইয়াৰ দ্বাৰা সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ জ্ঞাতাৰ্থে জনোৱা হয় যে এক দুষ্ট চক্ৰই আজি কিছু দিন ধৰি আমাৰ অনুষ্ঠানৰ বিষয়ে ফোন তথা মেছেজৰ দ্বাৰা কিছু ভুৱা প্ৰচাৰ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে।সেয়েহে এনে ভুৱা প্ৰচাৰত ভুল নাযাবলৈ সকলো সচেতন অভিভাৱকক সাৱধান হবলৈ অনুৰোধ জনোৱা হল।এই দুষ্ট চক্ৰ ইয়াৰ পৰা বিৰত নহলে অনাগত দিনত এনে ভুৱা প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লবলৈ বাধ্য হ'ম।

অধ্যক্ষ
আৰোহণ একাডেমী,মৰিগাওঁ

যোৱা দুটি বৰ্ষৰ সফলতাৰে ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হোৱা আমাৰ এই অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (কলা...
11/04/2026

যোৱা দুটি বৰ্ষৰ সফলতাৰে ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হোৱা আমাৰ এই অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (কলা আৰু বিজ্ঞান) দুয়োটা শাখাৰ আৰু লগতে নৱম মান শ্ৰেণীৰ নামভৰ্তিৰ প- পত্ৰ দি থকা হৈছে। যোগাযোগ কৰক.....

17/08/2025
Felicitation program
17/08/2025

Felicitation program

Address

In Front Of CIVIL Hospital Road, Near Namami Restaurant
Morigaon
782105

Opening Hours

Monday 5:30am - 6:30pm
Tuesday 5:30am - 6:30pm
Wednesday 5:30am - 6:30pm
Thursday 5:30am - 6:30pm
Friday 5:30am - 6:30pm
Saturday 5:30am - 6:30pm
Sunday 5:30am - 6:30pm

Telephone

+919387821068

Website

Alerts

Be the first to know and let us send you an email when Aarohan Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Aarohan Academy:

Shortcuts

Share

Category