Baralimari Anchalik Minorities Student's Union AAMSU

Baralimari Anchalik Minorities Student's Union AAMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Baralimari Anchalik Minorities Student's Union AAMSU, Baralimari, Morigaon.

04/02/2020
ইংৰাজী২৮/১০/২০১৮ তাৰিখ ৰবিবাৰে মৰিগাওঁ জিলা আমছুৰ অন্তৰ্গত টেঙাগুৰী আঞ্চলিক আমছুৰ উদ্যোগত বিশাল জনজাগৰণ সভাৰ কিছু দৃশ্য।...
29/10/2018

ইংৰাজী২৮/১০/২০১৮ তাৰিখ ৰবিবাৰে মৰিগাওঁ জিলা আমছুৰ অন্তৰ্গত টেঙাগুৰী আঞ্চলিক আমছুৰ উদ্যোগত বিশাল জনজাগৰণ সভাৰ কিছু দৃশ্য।
সভাত উপস্থিত থাকে সন্মানীয় আজিজুৰ ৰহমান,উপদেষ্টা আমছু ৰেজাউল কৰিম চৰকাৰ সভাপতি আমছু, আৰু কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ বিভিন্ন পৰ্যায়ৰ নেতৃবিন্দ।

সমূহ অসমবাসী ৰাইজলৈ বৰালিমাৰী আঞ্চলিক আমছু তৰফৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো!
18/10/2018

সমূহ অসমবাসী ৰাইজলৈ বৰালিমাৰী আঞ্চলিক আমছু তৰফৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো!

17/07/2018

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ আহ্বানত সম্প্ৰতি পূৰ্ণগতিত NRCৰ কাম চলি থকা সময়ত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক নিৰ্বিচাৰে জাননী প্ৰেৰণ বন্ধ কৰাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখত ২ঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসূচী

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ আহ্বানত সম্প্ৰতি পূৰ্ণগতিত NRCৰ কাম চলি থকা সময়ত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক স...
17/07/2018

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ আহ্বানত সম্প্ৰতি পূৰ্ণগতিত NRCৰ কাম চলি থকা সময়ত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক নিৰ্বিচাৰে জাননী প্ৰেৰণ বন্ধ কৰাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখত ২ঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসূচী

Nrc সজাগতা সভা
02/07/2018

Nrc সজাগতা সভা

Eid ul fitar...
02/07/2018

Eid ul fitar...

_সকলোকে মোৰ ফালৰ পৰা  পবিত্ৰ ঈদৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।**_লগতে ঈদৰ  নিমন্ত্ৰণ ও থাকিল* Sabir Faruque
15/06/2018

_সকলোকে মোৰ ফালৰ পৰা পবিত্ৰ ঈদৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।*
*_লগতে ঈদৰ নিমন্ত্ৰণ ও থাকিল*
Sabir Faruque

Best of luck to all the HSLC & AHM candidateStay calm and give your bestDon't get nervousAs this is the first stage of y...
15/02/2018

Best of luck to all the HSLC & AHM candidate
Stay calm and give your best
Don't get nervous
As this is the first stage of your life be careful and give your 💯%
Best of luck to all the HSLC candidate👍👍

Address

Baralimari
Morigaon

Telephone

8399955943

Website

Alerts

Be the first to know and let us send you an email when Baralimari Anchalik Minorities Student's Union AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Baralimari Anchalik Minorities Student's Union AAMSU:

Shortcuts

Share