Shankardev Vidya Niketan, Bhakatgaon শঙ্কৰদেৱৰ বিদ্যা নিকেতন, ভকতগাওঁ

  • Home
  • India
  • Morigaon
  • Shankardev Vidya Niketan, Bhakatgaon শঙ্কৰদেৱৰ বিদ্যা নিকেতন, ভকতগাওঁ

Shankardev Vidya Niketan, Bhakatgaon শঙ্কৰদেৱৰ বিদ্যা নিকেতন, ভকতগাওঁ Shankardev Vidya Niketan is only one Assamese Medium School who provide all the Facility and all Type of Knowledge.

28/06/2025
08/04/2025

নমস্কাৰ

ইয়াৰ দ্বাৰা অহা ইং ১০/০৪/২০২৫ তাৰিখ বৃহস্পতিবাৰে পুৱা ৯.০০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া নিকেতনৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত সমূহ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আৰু জাগী-ভকতগাঁও বৃহত্তৰ অঞ্চলৰ হিতাকাংক্ষী ব্যক্তিসকলৰ উপস্থিতি আগ্ৰহেৰে কামনা কৰা হ'ল ।

প্ৰধান আচাৰ্য্য
০৮/০৪/২০২৫,
মঙ্গলবাৰ

13/01/2025

সমৰ কলা প্ৰদৰ্শনত সোনৰ পদক লাভ কৰা আমাৰ নিকেতনৰ ছাত্র শ্ৰী নেৰাজ মেধী আৰু শ্ৰী নিলোতপল ডেকাই সমৰ কলা প্ৰদৰ্শন কৰা মূহুর্ত তাৰে দুটি দৃশ্য । তেওঁলোকে আমাৰ নিকেতন, অঞ্চল তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে । তেওঁলোকক আমাৰ নিকেতনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

13/01/2025

সোনৰ পদক লাভ কৰা আমাৰ নিকেতনৰ ছাত্র নিলোতপল ডেকা আৰু নেৰাজ মেধীৰ সমৰ কলা প্ৰদৰ্শন কৰা কিছু মূহুর্ত

শ:বি:নি:, ভকতগাঁৱৰ ২৮ তম প্ৰতিষ্ঠা দিৱসৰ কিছু আলোকচিত্র
13/01/2025

শ:বি:নি:, ভকতগাঁৱৰ ২৮ তম প্ৰতিষ্ঠা দিৱসৰ কিছু আলোকচিত্র

বিদ্যালয়ত পৰম্পৰাগত খেলৰ কিছু মুহূর্ত
01/09/2024

বিদ্যালয়ত পৰম্পৰাগত খেলৰ কিছু মুহূর্ত

আজি ইংৰাজী ২৮/০৮/২০২৪ তাৰিখ বুধবাৰে শঙ্কৰদেৱ বিদ্যা নিকেতন, ভকতগাঁৱৰ প্ৰাক্তন ছাত্ৰ ডাক্তৰ মেদিনীমোহন হাজৰিকা (নয়নমনি) ...
28/08/2024

আজি ইংৰাজী ২৮/০৮/২০২৪ তাৰিখ বুধবাৰে শঙ্কৰদেৱ বিদ্যা নিকেতন, ভকতগাঁৱৰ প্ৰাক্তন ছাত্ৰ ডাক্তৰ মেদিনীমোহন হাজৰিকা (নয়নমনি) ই প্ৰান্তীয় নিৰীক্ষক, মাধ্যমিক হাইস্কুল উপ সমিতিৰ সভাপতি তথা ক্ষেত্ৰীয় সংস্কৃতি বোধ পৰিযোজনা প্ৰমুখ মাননীয় শ্ৰীযুত মনমোহন কলিতা দেৱৰ উপস্থিতিত নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলৰ বাবে উপহাৰ স্বৰূপে এটা Acqua guard আগবঢ়ায়। নিকেতনৰ তৰফৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

Address

Bhakatgaon, BISHNUPUR
Morigaon
782411

Alerts

Be the first to know and let us send you an email when Shankardev Vidya Niketan, Bhakatgaon শঙ্কৰদেৱৰ বিদ্যা নিকেতন, ভকতগাওঁ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev Vidya Niketan, Bhakatgaon শঙ্কৰদেৱৰ বিদ্যা নিকেতন, ভকতগাওঁ:

Shortcuts

Share

Category