Shankardev Shishu Vidya Niketan,Bhuragaon

Shankardev Shishu Vidya Niketan,Bhuragaon Shankardev Shishu Vidya Niketan,Bhuragaon Was established on 31st January in 2004.

Shankardev Shishu Vidya Niketan,Bhuragaon is a Assamese Medium School Under Shishu Shiksha Samiti,Assam.our E-mail Address is [email protected]

12/02/2023
Blessing all of  you, stay safe, happy and forward yourself  to destination. # you are all like a diamond for us ..
02/07/2022

Blessing all of you, stay safe, happy and forward yourself to destination.
# you are all like a diamond for us ..

আশীৰ্বাদ সভা দশম শ্ৰেণীৰ ২০২১ বৰ্ষৰ ❤️
19/03/2021

আশীৰ্বাদ সভা দশম শ্ৰেণীৰ ২০২১ বৰ্ষৰ ❤️

শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁওৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভানেত্ৰী জবা সৰকাৰ বাইদেউৱে আমাক এৰি গলগৈ আজি ৷ তেখেতৰ আ...
29/01/2021

শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁওৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভানেত্ৰী জবা সৰকাৰ বাইদেউৱে আমাক এৰি গলগৈ আজি ৷ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) অহা ১১ মে'ৰ পৰা আৰম্ভ হ'ব।। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰ দিনা সদৰি কৰে ...
03/01/2021

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) অহা ১১ মে'ৰ পৰা আৰম্ভ হ'ব।। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰ দিনা সদৰি কৰে এই তথ্য।

চৰকাৰৰ কোভিদ সংক্ৰ্যান্তীয় নীতি-নিৰ্দেশ মানি যোৱা ২১/০৯/২০২০ তাৰিখ (সোমবাৰ) ৰ পৰা নিকেতনৰ চেনিটাইজেচন সম্পূৰ্ণ কৰি নৱম ...
22/09/2020

চৰকাৰৰ কোভিদ সংক্ৰ্যান্তীয় নীতি-নিৰ্দেশ মানি যোৱা ২১/০৯/২০২০ তাৰিখ (সোমবাৰ) ৰ পৰা নিকেতনৰ চেনিটাইজেচন সম্পূৰ্ণ কৰি নৱম আৰু দশম মান শ্ৰেণীৰ পাঠদানৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে।

ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মৰিগাঁওৰ Q-RIOSITY - The quizzing society of Morigaon ৰ তৰফৰ পৰা স...
05/08/2020

ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মৰিগাঁওৰ Q-RIOSITY - The quizzing society of Morigaon ৰ তৰফৰ পৰা স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ই-কুইজত অংশগ্ৰহণ কৰাৰ কাৰণে তলত দিয়া লিংকটোত ক্লিক কৰি ৰেজিষ্ট্ৰাৰ কৰিৱ পাৰে।

https://docs.google.com/forms/d/e/1FAIpQLSdkkN7uPQXeotf0tRg309utc-js7Vhe_-6MJot8rEX57FfDWg/viewform?usp=pp_url

07/06/2020

নিকেতনৰ গৌৰৱ

30/05/2020

শিশু শিক্ষা সমিতি, অসমৰ শিক্ষাৰ্থী সকলৰ বাবে এই মাহৰ নিৰ্বাচিত গীতটি আগবঢ়োৱা হল। ইয়াৰ বাবে নাওবৈচা সংগীত কাননৰ অধ্যক্ষ তথা নিকেতন পৰিয়ালৰ মৃদুপৱনদাক অশেষ ধন্যবাদ।

24/05/2020

জয় বিদ্যা জয় সংস্কৃতি জয় ভাৰতমাতা

বিদ্যা ভাৰতী, উত্তৰ অসম প্ৰান্তৰ শাৰীৰিক বিভাগৰ
যোজনা ক্ৰমে কেন্দ্ৰৰ দ্বাৰা নিৰ্ধাৰিত ব্যায়ামযোগ
৫ টাৰ " ব্যায়ামযোগ মহাযজ্ঞ"।

Address

Near Panchali Shiv Mandir, Bhuragaon
Morigaon
782121

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Shankardev Shishu Vidya Niketan,Bhuragaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev Shishu Vidya Niketan,Bhuragaon:

Shortcuts

Share

Category