Kasturba Gandhi Balika Vidyalaya

Kasturba Gandhi Balika Vidyalaya *Its a residential Government School specially for the girl child aged from VI to XII *

মৰিগাওঁ জিলাৰ উপায়ুক্ত মহোদয়, মাননীয় *শ্ৰীযুত দেবাশীষ শৰ্মা* ছাৰলৈ আমাৰ লাহৰীঘাট কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তৰফ...
11/04/2023

মৰিগাওঁ জিলাৰ উপায়ুক্ত মহোদয়, মাননীয় *শ্ৰীযুত দেবাশীষ শৰ্মা* ছাৰলৈ আমাৰ লাহৰীঘাট কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ । তেখেতে দিয়া প্ৰতিশ্ৰুতিৰ আজি সফল ৰূপায়ন। সঁচাকৈ তেখেত এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ব্যক্তি। যোৱা ইংৰাজী ১৮-০২ ২০২৩ তাৰিখে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসব-২০২৩ ত তেখেত উপস্থিত হৈ শিক্ষয়িত্ৰী তথা ছাত্ৰী সকলৰ লগত প্ৰায় ৩ ঘণ্টা জোৰা অন্তৰংগ আলাপ-আলোচনাৰ পিছত ছাত্ৰী সকলক বিভিন্ন কথাৰে-গীতৰে আপ্লুত কৰিছিল। ছাত্ৰী সকলক শাৰিৰীক অনুশীলনৰ লগতে ক্ৰীড়াত পাৰদৰ্শী হবলৈ পৰামৰ্শ আগবঢ়াইছিল। সেইদিনা খনেই ছাত্ৰী সকলক এখন টেবুল টেনিছ দিয়াৰ কথা দিছিল। প্ৰতিশ্ৰুতি মতেই কাম, যোৱা কালি ইংৰাজী ১০-০৪-২০২৩ তাৰিখে উপায়ুক্ত কাৰ্যালয়ৰ পৰা আমাক ফোনযোগে অবগত কৰে আৰু আজি ইং-১১-০৪-২০২৩ তাৰিখে আমি বিদ্যালয়ত খেলৰ সামগ্ৰী বিধ গ্ৰহণ কৰোঁ। পুনৰবাৰ উপায়ুক্ত মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ জনালোঁ ৰঙালীৰ শুভকামনা। 🙏🙏

Self defense training
15/01/2023

Self defense training

KGBV, Laharighat students at Regional Science Centre, Guwahati
11/01/2023

KGBV, Laharighat students at Regional Science Centre, Guwahati

02/03/2022

Address

Laharighat
Morigaon

Telephone

8486788587

Website

Alerts

Be the first to know and let us send you an email when Kasturba Gandhi Balika Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kasturba Gandhi Balika Vidyalaya:

Shortcuts

Share

Category