Collegiate Model Secondary School

Collegiate Model Secondary School Collegiate Model Secondary School, shortly known as CMSS is a unique private school.

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মৰমৰ ছাত্ৰ-ছাত্...
12/04/2026

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মৰমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা আৰু আশীৰ্বাদ দিয়াৰ কিছু মূহুৰ্ত।

08/04/2026
আজি ইং 29-03-2026 তাৰিখে মৰিগাঁও বি,এড্, কলেজৰ শিক্ষক শ্ৰদ্ধাৰ মঃ ৱাহিদুৰ ৰহমান ডাঙৰীয়াই বিদ্যালয় প্ৰাঙ্গনত শিক্ষক-শিক্ষ...
29/03/2026

আজি ইং 29-03-2026 তাৰিখে মৰিগাঁও বি,এড্, কলেজৰ শিক্ষক শ্ৰদ্ধাৰ মঃ ৱাহিদুৰ ৰহমান ডাঙৰীয়াই বিদ্যালয় প্ৰাঙ্গনত শিক্ষক-শিক্ষয়ত্ৰী সকলক প্ৰশিক্ষণ দিয়াৰ কিছু মুহূৰ্ত্ব…

অহাকালি ১০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী...
09/02/2026

অহাকালি ১০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ অসমত অৱতীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক কলেজিয়েট মডেল ছেকেণ্ডাৰী স্কুল ও শ্বেখ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অভিভাৱকৰ প্ৰতি 👇
১) যি পঢ়িবৰ আছিল পঢ়িলেই। এতিয়া গালি ধমকি দি সন্তানৰ মন বেয়া নকৰিব।
২) এইকেইদিন মৰম স্নেহৰ মাজেৰে শিক্ষাৰ্থীক বিশেষ যত্ন লওক কিন্তু পৰীক্ষা থকা দিনত মাছ মাংসৰে খোৱাই পৰীক্ষালৈ নপঠিয়াব ।
৩) পৰীক্ষাৰ আগদিনা ৰাতি শিক্ষাৰ্থীক কমেও ছয় ঘন্টা টোপনি যাবলৈ দিব।
৪) এইকেইদিন ঘৰত হাই কাজিয়া নকৰিব অথবা আলহী নিমন্ত্ৰণ নকৰিব।
৫) পৰীক্ষা দি অহাৰ পাছত শিক্ষাৰ্থীক প্ৰশ্নৰ উত্তৰ বিচাৰি সুধ-পোছ নকৰিব।

শিক্ষাৰ্থী সকলৰ প্ৰতি 👇
১) পৰীক্ষাত যোৱাৰ সময়ত মা দেউতাৰ আশীৰ্বাদ লৈ যাবা।
২) যিবোৰ জানা সেইবোৰ প্ৰশ্নোত্তৰ আগতে কৰিবা।
৩) পৰীক্ষাত বহি নাথাকি নোৱাৰা প্ৰশ্নৰ উত্তৰ বনাই লিখিবলৈ যত্ন কৰিবা।
৪) নোৱাৰা প্ৰশ্নৰ কথা ভাবি সময় অপচয় নকৰিবা। যিখিনি জানা সেইখিনি পৰীক্ষাৰ বহীত শুদ্ধ ভাৱে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিবা।
৫) পিতৃ মাতৃৰ অবাধ্য নহবা । ডাঙৰৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিবা।
শেষত সকলো শিক্ষাৰ্থীৰ পৰীক্ষা পিতৃ মাতৃয়ে ভবাৰ দৰে ভাল হওঁক, তাৰ কামনা কৰিলো।

Admission Open: 2026-27Join us today......🟢
04/02/2026

Admission Open: 2026-27
Join us today......🟢

প্ৰাক্তন ছাত্ৰী কংকনা ডেকাৰ যুগ্ম-জীৱনৰ এই শুভ ক্ষণত বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকি আশীৰ্বাদ প্ৰদান কৰো। (দিনাংকঃ 03-...
03/02/2026

প্ৰাক্তন ছাত্ৰী কংকনা ডেকাৰ যুগ্ম-জীৱনৰ এই শুভ ক্ষণত বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকি আশীৰ্বাদ প্ৰদান কৰো। (দিনাংকঃ 03-02-2026)

বিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে, এই বৰ্ষৰ বাৰ্ষিক খেল সমাৰোহৰ পুৰস্কাৰ প্ৰাপ্ত সকলো...
26/01/2026

বিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে, এই বৰ্ষৰ বাৰ্ষিক খেল সমাৰোহৰ পুৰস্কাৰ প্ৰাপ্ত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।

A warm welcome to my latest top fans! 💎 Ashadur Rahman Akand, Fardin Akanda, Binay Kumar Nath, Lisha Ahmed, Alena Begom,...
21/01/2026

A warm welcome to my latest top fans! 💎 Ashadur Rahman Akand, Fardin Akanda, Binay Kumar Nath, Lisha Ahmed, Alena Begom, Badrul Islam, Asfkhan Anjal, Rahul Ali. Please join me in welcoming them to our community, topfans. Ashadur Rahman Akand Fardin Akanda Binay Kumar Nath Lisha Ahmed Alena Begom Badrul Islam Asfkhan Anjal Rahul Ali

Address

Nagabandha
Morigaon
782106

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Telephone

+917002344030

Alerts

Be the first to know and let us send you an email when Collegiate Model Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Collegiate Model Secondary School:

Shortcuts

Share

Category