05/06/2026
🖍️ বিশ্ব পৰিৱেশ দিৱস 2026🖍️
সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!প্ৰকৃতি আমাৰ অস্তিত্বৰ আধাৰ। সেয়েহে পৰিৱেশ সংৰক্ষণৰ দায়িত্ব আমাৰ। সকলোৰ এখন সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে মিলি অৱদান আগবঢ়াও বিশ্ব পৰিৱেশ দিৱস।