Madhupur LP school

Madhupur LP school Education

তৃতীয় বাৰৰ বাবে
27/03/2025

তৃতীয় বাৰৰ বাবে

শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটাসমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত আজি গান্ধী ভৱনত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগ...
12/03/2025

শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা

সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত আজি গান্ধী ভৱনত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে ডিমৰুগুৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্ভুক্ত মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিকো শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰা হয় । এই স্বীকৃতিয়ে বিদ্যালয়ৰ পৰিচালনা সমিতিক উৎসাহিত কৰিব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২২-২৩ বৰ্ষতো তদানীন্তন পৰিচালনা সমিতিয়ে এই বঁটা লাভ কৰিছিল।

গুণোৎসৱ ২০২৫ ৰ সফল সামৰণি।
05/02/2025

গুণোৎসৱ ২০২৫ ৰ সফল সামৰণি।

Gunotsav 2025, , Day 1
04/02/2025

Gunotsav 2025, , Day 1

Saraswati puja 2025
03/02/2025

Saraswati puja 2025

পাঠ্যপুথি আৰু  ঐক্যসাজ বিতৰণ ২০২৪
11/04/2024

পাঠ্যপুথি আৰু ঐক্যসাজ বিতৰণ ২০২৪

বিদ্যাপ্ৰৱেশ ২০২৪
11/04/2024

বিদ্যাপ্ৰৱেশ ২০২৪

অসম সাহিত্য সভাৰ সম্মানীয় সভাপতিসকলৰ ফটো সম্বলিত কেলেণ্ডাৰ বিদ্যালয়ক প্ৰদান কৰা মূহুৰ্তত সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী ...
11/04/2024

অসম সাহিত্য সভাৰ সম্মানীয় সভাপতিসকলৰ ফটো সম্বলিত কেলেণ্ডাৰ বিদ্যালয়ক প্ৰদান কৰা মূহুৰ্তত সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰায় আৰু আমি ।

স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন আৰু.........
15/08/2023

স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন আৰু.........

09/12/2022
লাচিত দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা........
21/11/2022

লাচিত দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা........

Address

Jagiroad Morigaon Road
Morigaon
782411

Website

Alerts

Be the first to know and let us send you an email when Madhupur LP school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Madhupur LP school:

Shortcuts

Share

Category