Palachung Primary School.

Palachung Primary School. This is the page of Palachung School to Promote its' activities at large.

31/12/2025




ইংৰাজী নৱবৰ্ষৰ উপহাৰ😍ধন্যবাদ অসম চৰকাৰ🙏 #শতবৰ্ষত ভূপেন্দ্ৰ স্মৰণ
24/12/2025

ইংৰাজী নৱবৰ্ষৰ উপহাৰ😍
ধন্যবাদ অসম চৰকাৰ🙏
#শতবৰ্ষত ভূপেন্দ্ৰ স্মৰণ

23/12/2025

"ৰাইজৰ- উৎসৱ" ২০২৫
#এক চমু অৱলোকন🤩

আজি ইং ২২/১২/২০২৫ তাৰিখে পালিগুৰি মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত পলাচুং প্ৰাথমিক বিদ্যালয়ৰ আতিথ্যত  পলাচুং-উত্তৰপাৰ নখোলাবা...
22/12/2025

আজি ইং ২২/১২/২০২৫ তাৰিখে পালিগুৰি মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত পলাচুং প্ৰাথমিক বিদ্যালয়ৰ আতিথ্যত পলাচুং-উত্তৰপাৰ নখোলাবাসী ৰাইজৰ সহযোগত "ৰাইজৰ উৎসৱ"বিভিন্ন কাৰ্যসূচী সমন্বিতে উলহ-মালহেৰে আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বৃক্ষৰোপণৰ লগতে এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰা হয়।ইয়াত পালিগুৰি সমল কেন্দ্ৰৰ পাঁচখন বিদ্যালয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত সহায়-সহযোগ আগবঢ়োৱা সদৌটিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতজ্ঞতা জনাইছোঁ 🙏🙏
তাৰেই কিছু স্থিৰচিত্ৰ সন্নিৱিষ্ট কৰা হ'ল 🙏 🤩

কালি ইং ১৯/১২/২০২৫ তাৰিখে মৰিগাঁৱত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত আমাৰ বিদ্...
20/12/2025

কালি ইং ১৯/১২/২০২৫ তাৰিখে মৰিগাঁৱত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে সাক্ষৰতাত প্ৰথম স্থান পাবলৈ সক্ষম হওঁ🙏🙏

11/12/2025
আজি ইং ১১/১২/২৫ত আমাৰ বিদ্যালয়ত পি.এম.পোষণৰ অধীনত Cluster level Training of Cook cm Helper অনুষ্ঠিত কৰা হয়। তাৰেই কেই...
11/12/2025

আজি ইং ১১/১২/২৫ত আমাৰ বিদ্যালয়ত পি.এম.পোষণৰ অধীনত Cluster level Training of Cook cm Helper অনুষ্ঠিত কৰা হয়। তাৰেই কেইটিমান স্থিৰচিত্ৰ সন্নিৱিষ্ট কৰা হ'ল🙏🙏

আজি ইং০৯/১২/২০২৫ তাৰিখৰ পৰা বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰাৰ কেইটিমান স্থিৰচিত্ৰ ⚽🥅
09/12/2025

আজি ইং০৯/১২/২০২৫ তাৰিখৰ পৰা বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰাৰ কেইটিমান স্থিৰচিত্ৰ ⚽🥅

কালি ০৮/১২/২০২৫ তাৰিখে অনুষ্ঠিত হোৱা খণ্ড পৰ্যায়ৰ শিক্ষণ-শিকন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে সাক্ষৰতাত প্ৰথম স্থান পাবলৈ ...
09/12/2025

কালি ০৮/১২/২০২৫ তাৰিখে অনুষ্ঠিত হোৱা খণ্ড পৰ্যায়ৰ শিক্ষণ-শিকন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে সাক্ষৰতাত প্ৰথম স্থান পাবলৈ সক্ষম হও🙏🙏

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ কিছু দৃশ্য 🙏🙏
08/09/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ কিছু দৃশ্য 🙏🙏

An initiative taken by GOI regarding observation of National Sports Day 2025,we observed such activities at our school t...
30/08/2025

An initiative taken by GOI regarding observation of National Sports Day 2025,we observed such activities at our school today.🏏






Address

Vill/Palachung P. O + P. S. Jagiroad, Mayong
Morigaon
782410

Website

Alerts

Be the first to know and let us send you an email when Palachung Primary School. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share