Lelabori Higher Secondary School

Lelabori Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lelabori Higher Secondary School, School, Boribandha, Morigaon.

The 𝐇𝐢𝐠𝐡𝐞𝐫 𝐒𝐞𝐜𝐨𝐧𝐝𝐚𝐫𝐲 𝐅𝐢𝐧𝐚𝐥 𝐄𝐱𝐚𝐦𝐢𝐧𝐚𝐭𝐢𝐨𝐧 𝟐𝟎𝟐𝟔 will commence on 𝟏𝟏 𝐅𝐞𝐛𝐫𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟔 and continue until 16 March 2026. The Prac...
19/11/2025

The 𝐇𝐢𝐠𝐡𝐞𝐫 𝐒𝐞𝐜𝐨𝐧𝐝𝐚𝐫𝐲 𝐅𝐢𝐧𝐚𝐥 𝐄𝐱𝐚𝐦𝐢𝐧𝐚𝐭𝐢𝐨𝐧 𝟐𝟎𝟐𝟔 will commence on 𝟏𝟏 𝐅𝐞𝐛𝐫𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟔 and continue until 16 March 2026. The Practical Examinations are scheduled from 27 January to 7 February 2026, to be conducted in each institution, where students were registered during the 2024–25 academic session.

The 𝐇𝐒𝐋𝐂 (𝐌𝐚𝐭𝐫𝐢𝐜𝐮𝐥𝐚𝐭𝐢𝐨𝐧) 𝐄𝐱𝐚𝐦𝐢𝐧𝐚𝐭𝐢𝐨𝐧 𝟐𝟎𝟐𝟔 is scheduled to begin on 𝟏𝟎 𝐅𝐞𝐛𝐫𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟔 and will continue until 27 February ...
19/11/2025

The 𝐇𝐒𝐋𝐂 (𝐌𝐚𝐭𝐫𝐢𝐜𝐮𝐥𝐚𝐭𝐢𝐨𝐧) 𝐄𝐱𝐚𝐦𝐢𝐧𝐚𝐭𝐢𝐨𝐧 𝟐𝟎𝟐𝟔 is scheduled to begin on 𝟏𝟎 𝐅𝐞𝐛𝐫𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟔 and will continue until 27 February 2026. The examination schedule for the Practical subjects will be issued in due course, ensuring adequate time for schools and students to prepare accordingly.

09/10/2025

🚩🚩🚩2024-25 বৰ্ষত Lelabori H.S School লে NSP Scholership ত আৱেদন কৰাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে সৰ্বমুঠ "দুই লাখ নব্বই হাজাৰ টকা" সংখ্যা হল ২,৯০,০০০ টকা অসম চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা হৈছে।
এই বছৰো সকলো ছাত্ৰ ছাত্ৰীক আৱেদন কৰিব জনালোঁ।

07/09/2025
সোমবাৰে দিনৰ ১১ বজাত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। sebaonline.org ৱেবচাইটযোগে পৰীক্ষাৰ্থীসকলে চ...
15/06/2025

সোমবাৰে দিনৰ ১১ বজাত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। sebaonline.org ৱেবচাইটযোগে পৰীক্ষাৰ্থীসকলে চাব পাৰিব ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ ঘোষণা।

Secondary Education Board of Assam (SEBA)

12/06/2025

গৰম যথেষ্ট হৈছে…এই সপ্তাহত উষ্ণতা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। বৰষুণ অত্যন্ত কম হ'ব আগন্তুক সাত দিনত ; প্ৰায় নাই বুলিয়েই ক' ব পাৰি… গতিকে…

(1) মাছ, মাংস, ডিম খোৱাৰ পৰা যথাসম্ভৱ বিৰত থাকক।
(2) তেল, ঘিঁউ আদি কৰি অন্য চৰ্বিযুক্ত খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক ।
(3) যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক। গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত নাখাব ; বিয়লিৰ পিছত কম পৰিমাণে খাব পাৰে।
(4) নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী মাজে মাজে খাব পাৰে। ডায়েবেটিজৰ ৰোগীয়ে গ্লুকজ পানী বৰ্জন কৰিব, কম পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব পাৰে যদি তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছি নহয়।
(5) ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক।
(6)বাহিৰলৈ ওলাই গ'লে ছাতি, টুপী, ক'লা চশমা ইত্যাদি ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিব।
(7) উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগী সকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব।
(8) বাৰে বাৰে গা নুধুব।
(9) কঠোৰ শাৰিৰীক পৰিশ্ৰমৰ কাম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।
(10) যথেষ্ট পৰিমাণে জিৰণি লওক, নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক।
(11) শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।
(12) ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব।
(13) চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক।
(14) শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।
(15) পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।
(16) উপযুক্ত পৰিমাণে প্ৰস্ৰাৱ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

কুশলে থাকক, সুস্থ থাকক।
সংগ্ৰহ Copy paste

ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে
14/04/2025

ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে

Address

Boribandha
Morigaon
782127

Telephone

+917002063067

Website

Alerts

Be the first to know and let us send you an email when Lelabori Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category